এয়া জাৰ্মানীত উদ্ধাৰ হোৱা ৩৫,০০০ৰ পৰা ৪,০০০০ বছৰ পুৰণি ভগৱান নৰসিংহৰ ভাস্কৰ্য নহয় 

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটো আছিল দুখন বেলেগ বেলেগ ফটোৰ ক’লাজ। ফ’টোখনত লিখা আছিল যে জাৰ্মানীত ভগৱান নৰসিংহৰ ভাস্কৰ্য পোৱা গৈছে। কাৰ্বন ডেটিঙৰ দ্বাৰা নিশ্চিত কৰা হৈছে এই ভাস্কৰ্য ৩৫,০০০ ৰ পৰা ৪০,০০০ বছৰ পুৰণি। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

ফটোখনত থকা ভাস্কৰ্য পাঁচ হাজাৰ বছৰ পুৰণি হিন্দু সভ্যতাৰ অংশ নহয় 

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত আছিল এক পুৰণি ভাস্কৰ্য আৰু এজন স্কুবা ডাইভাৰৰ এখন ক’লাজ। পোষ্টটোত লিখা আছিল এইদৰে – “৫০০০ বছৰ পুৰণি সনাতনী সভ্যতাই শিলত খোদিত কৰা ভাস্কৰ্যত আধুনিক চিন্তা। কিমান চহকী আমাৰ সনাতনী (হিন্দু) সভ্যতা এবাৰ ভাবক…!!” Archived Link Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading