FACT CHECK: ইভিএমৰ সমুখত মোডীয়ে প্ৰাৰ্থনা কৰি থকা ফটোখন মৰ্ফ কৰা হয়!

এটা ইলেক্ট্ৰনিক ভোটিং মেছিনৰ সমুখত মোডীয়ে হাতজোৰ কৰি প্ৰাৰ্থনা কৰি থকা এখন ফটো শেহতীয়াভাৱে অসমত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমীয়া ভাই নামৰ এক ফেচবুক পে’জত  উক্ত ভাইৰেল ফটোখন “EVM পূজা!” শীৰ্ষকেৰে আপলোড কৰা হৈছিল । নৱেম্বৰৰ ১০ তাৰিখে ১২ বাজি ০৩ মিনিটলৈকে পোষ্টটোত ১৫৮টা ৰিয়েকছন,২৮টা কমেন্ট আৰু ২৮টা শ্বেয়াৰ হয়। Original Link-Facebook | Archived […]

Continue Reading