FACT CHECK: কাশ্মীৰ মূলীয় সমীৰা ফাজিলীক হোৱাইট হাউচৰ এনইচিৰ সঞ্চালক পদত নিযুক্তি দিয়া হোৱা নাই

অসমত কিছুমান এনেকুৱা ফেচবুক পোষ্ট ভাইৰেল হৈ আছে, য’ত দাবী কৰা হৈছে যে ভাৰতীয় মূলৰ এগৰাকী আমেৰিকানক হোৱাইট হাউচৰ  নেশ্বনেল ইকন’মিক কাউঞ্চিলৰ সঞ্চালক পদত নিযুক্তি দিয়া হৈছে ।  পোষ্টসমুহৰ মতে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে ভাৰতীয় মূলৰ আমেৰিকান তথা অৰ্থনৈতিক উন্নয়ন বিশেষজ্ঞ সমীৰা ফজিলিক হোৱাইট হাউচৰ এক অন্যতম পদবীত অধিস্থিত কৰিছে।  Original Link- Facebook […]

Continue Reading

FACT CHECK: ইণ্ডোনেছিয়াৰ এই লোকজনে নিজৰ ঘৰৰ ওপৰত সৰি পৰা উল্কাপিণ্ড বিক্ৰী কৰি ১.৮ মিলিয়ন ডলাৰ উপাৰ্জন কৰা নাই!

শেহতীয়াভাৱে ইণ্ডোনেছিয়াৰ এজন কফিন নিৰ্মাতাৰ ঘৰৰ মুধচত সৰি পৰা এটা উল্কাপিণ্ডৰ কাহিনীয়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখা গৈছে আৰু সেই ঘটনাটোক লৈ কৰা পোষ্টেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে। পোষ্টবোৰত বুজাব খোজা হৈছে যে সেই উল্কাপিণ্ডটোৰ মূল্য কেইবামিলিয়ন ডলাৰ আৰু ঘটনাটোৱে লোকজনৰ জীৱনেই সলনি কৰি পেলাইছে। দাবী কৰা হৈছে যে ১.৮মিলিয়ন ডলাৰ(ভাৰতীয় টকাৰ মূল্যত কেইবা কোটি […]

Continue Reading

FACT CHECK: মেক্সিকোৰ ৰাজনৈতিক নেতাজনে দেশখনৰ ৰাজনীতিকসকলে দুখীয়া দৰিদ্ৰক লুন্ঠন কৰাৰ প্ৰতিবাদত সঁচাকৈ উলংগ হৈছিল নেকি?

দুখন ফটোত দেখা গৈছে যে মেক্সিকোৰ ৰাজনৈতিক নেতা এন্টোনিও গাৰ্ছিয়া কোনেজোই সদনৰ মজিয়াত অন্তৰ্বাস পিন্ধি দেহৰ সকলো বস্ত্ৰ পৰিত্যাগ কৰিছে। ফটোকেইখন এই দাবীৰে ভাইৰেল কৰা হৈছে যে দেশখনৰ একাংশ নেতাই দৰিদ্ৰৰ ধন হৰলুকি কৰি নিজৰ উদৰ পুৰোৱাৰ বাবে সেইসকল নেতাক লাজ দিয়াৰ বাবে ৰাজনৈতিক নেতাজনে এই পন্থা হাতত লৈছে।  অসমতো ছ’চিয়েল মিডিয়াত এই ফটো ভাইৰেল […]

Continue Reading

সঁচাকৈ টিকটক এপ্পটো আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে নেকি আৰু ভাৰততো অচিৰেই নিষিদ্ধ কৰা হব নেকি?

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ জনপ্ৰিয় ছচিয়েল মিডিয়া এপ্প টিকটক আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে আৰু ভাৰততো অচিৰেই এই এপ্পটোক নিষিদ্ধ কৰা হব বুলি ছচিয়েল মিডিয়াত বিভিন্ন পোষ্ট/ফটো/ভিদিঅ’ ভাইৰেল হৈ পৰিছে । অসমতো এই ধৰণৰ ছচিয়েল মিডিয়া পোষ্ট ভাইৰেল হব ধৰিছে ।  মানস মৰম নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা এনেধৰণৰ এক পোষ্ট ৫ মে’, […]

Continue Reading

উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাত ৩৩৫০টন সোণ উদ্ধাৰ হৈছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ সমগ্ৰ দেশতে এক বাতৰিয়ে খলকনি তুলিছে । বিভিন্ন নিউজ গোষ্ঠীৰ লগতে ছচিয়েল মিডিয়াৰ জৰিয়তেও উক্ত বাতৰিটো ভাইৰেল হৈ পৰিছে । বাতৰিটোৰ মতে উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ সোণৰ খনিত ৩৩৫০টন সোণ পোৱা গৈছে  । বাতৰিটোত আৰু দাবী কৰা হৈছে যে উদ্ধাৰ হোৱা সোণ খিনি ভাৰতৰ সংৰক্ষিত সোণৰ ৫ গুণ হয় […]

Continue Reading

এইটো চীনত ক’ৰনা ভাইৰাছৰ পৰা মুক্তি পাবলৈ ৰাস্তাৰ ওপৰতে নামাজ পঢ়ি থকা ভিডিঅ’ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ […]

Continue Reading

পিয়াঁজৰ দাম বাঢ়িলেও ‘মোৰ ওপৰত প্ৰভাৱ নপৰে’ বুলি মন্ত্ৰী সীতাৰমনে কোৱা নাছিল!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ এক বিশেষ ভিডিঅ’য়ে সমগ্ৰ দেশতে তোলপাৰ লগাইছে । ভিডিঅ’টোত সীতাৰমনক সংসদত কথা কৈ থকা দেখা গৈছে আৰু এই ভিডিঅ’টো ছচিয়েল মিডিয়াত বহুতে প্ৰচাৰ কৰি দাবী কৰিছে যে ভাৰতৰ বিত্ত মন্ত্ৰী গৰাকীয়ে পিয়াঁজৰ বৰ্ধিত দামৰ বিষয়ে প্ৰশ্নৰ উত্তৰত ইনচেনচিটিভ হৈ কথা কৈছে । ভাইৰেল পোষ্টবিলাকত সীতাৰমনে […]

Continue Reading

অসমৰ গামোচাই সঁচাকৈ পালে নে জি আই টেগ?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । অসমৰ গামোচাক ভৌগোলিক সূচাংক (Geographical Indication, GI) প্ৰদান কৰা হ’ল বুলি ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ উপৰিয়ো কিছুমান মূলসুঁতিৰ নিউজ গোষ্ঠীয়েও বাতৰি প্ৰকাশ কৰা দেখা গৈছে । ভৌগোলিক সূচাংক বা জি আই হৈছে কোনো কোনো বস্তুৰ আঞ্চলিক পৰিচয় অটুট ৰখাত সহায় কৰা […]

Continue Reading

বন্ধন বেংক আৰু আন মাইক্ৰ ফাইনেঞ্চ বেংকবোৰ অসমত বন্ধ হৈ পৰিব নেকি?

ইউটিউব লিংক | সংৰক্ষিত লিংক ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুক আৰু ইউটিউবত এক বাতৰি ভাইৰেল হৈ পৰিছে । ভাইৰেল হোৱা বাতৰি/ভিডিঅ’ মতে অসমত বন্ধন বেংক আৰু আন কিছুমান মাইক্ৰ ফাইনেঞ্চ বেংক অচিৰেই বন্ধ হৈ পৰিব । উক্ত ভিডিঅ’টো প্ৰথমতে ‘টিকে মাইণ্ড’ নামৰ এটা ইউটিউব চেনেলত নৱেম্বৰ ৩, ২০১৯ তাৰিখে আপলোড কৰা হৈছিল আৰু উক্ত ভিডিঅ’টো ইতিমধ্যে […]

Continue Reading