ভাইৰেল ভিডিঅ’টোৰ বাহৰাইচৰ শেহতীয়া সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই।

উত্তৰ প্ৰদেশৰ বাহৰাইচত যোৱা ১৩ অক্টোবৰত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত ৰামগোপাল মিশ্ৰ নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত বাহৰাইচ সম্পৰ্কীয় বহুতো পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। এনে এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছিল। পোষ্টটোত এটা ভিডিঅ’ আপলোড কৰা হৈছিল য’ত কোনো এলেকাৰ ধ্বংসাৱশেষ দেখুওৱা হৈছিল। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “উত্তৰ প্ৰদেশৰ […]

Continue Reading

ইজৰাইলৰ গেডেৰাৰ এখন ধ্বংসপ্ৰাপ্ত বিদ্যালয়ৰ ফটো ইজৰাইলৰে নেৱাটিম বিমানঘাটিৰ বুলি দাবী কৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ইজৰাইলৰ নেৱাটিম বিমানঘাটিত হোৱা বিমান আক্ৰমণৰ পাছৰ ফটো। পোষ্টটোত সেই ফটোখন নেৱাটিম বিমানঘাটি বুলি দাবী কৰি লিখিছে- ইৰাণৰ ভয়াবহ মিছাইল আক্ৰমণত ইজৰাইলৰ নেৱাতিম বিমানবন্দৰ সম্পূৰ্ণৰূপে ধ্বংস। যুদ্ধৰ বাবে সাজু কৰি ৰখা পাঁচখন অত্যাধুনিক এফ – ৩৫ বিমান জ্বলি ছাই হোৱা খবৰ। […]

Continue Reading

নেটফ্লিকছৰ ৱেব ছিৰিজ IC 814 সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য ভাইৰেল।

কান্দাহাৰৰ বিমান অপহৰণক লৈ নিৰ্মিত ৱেব ছিৰিজ IC 814 সম্পৰ্কে এটা বিশেষ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পোষ্টটোত লিখা আছে এইদৰে, “কান্দাহাৰ বিমানখন অপহৰণ কৰা সন্ত্ৰাসবাদী সকলোৰ নাম আছিল ইব্ৰাহিম আখতাৰ, ছাকিৰ, জাহুৰ মিষ্ট্ৰী, আহমেদ আৰু শ্বাহিদ আখতাৰ, কিন্তু অনুভৱ সিনহাই তেওঁৰ ৱেব ছিৰিজ IC814’ত সন্ত্ৰাসবাদীৰ নাম ৰাখিছে ভোলা আৰু শংকৰ বুলি…. I s […]

Continue Reading

কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ অভিযুক্তক প্ৰতিনিধিত্ব কৰিছে নেকি? জানক সত্যতা।

কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশত প্ৰতিবাদৰ সৃষ্টি হৈছে। এই ঘটনাৰ অনুসন্ধানৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হৈছে। ইতিমধ্যে চিবিআয়ে ধৰ্ষণৰ ঘটনাৰ অভিযুক্ত সঞ্জয় ৰয়ৰ “লাই ডিটেকশ্বন টেষ্ট” সম্পন্ন কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে অভিযুক্তৰ পক্ষত […]

Continue Reading

লুধিয়ানা পুলিচৰদ্বাৰা মহিলাৰ বাবে নিশাৰ ভাগত বিনামূলীয়া যাতায়তৰ বাবে মুকলি কৰা নম্বৰ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ বাৰ্তা। বাৰ্তাটো এনেধৰণৰ, “আৰক্ষীয়ে বিনামূলীয়া ভ্ৰমণ আঁচনি আৰম্ভ কৰিছে য’ত যিকোনো মহিলাই অকলে থাকি ঘৰলৈ যাবলৈ গাড়ী বিচাৰি নাপালে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত আৰক্ষীৰ হেল্পলাইন নম্বৰ (১০৯১ আৰু ৭৮৩৭০১৮৫৫৫) আৰু বাহনৰ অনুৰোধ কৰিব পাৰিব । তেওঁলোকে ২৪x৭ ঘন্টা কাম কৰিব। কন্ট্রল ৰুমৰ বাহন বা […]

Continue Reading

কলকাতা ধৰ্ষণ-হত্যাকাণ্ডক সৌৰভ গাংগুলীয়ে ‘এটা সাধাৰণ ঘটনা’ বুলি অভিহিত কৰিছে নেকি? সত্যাটো জানক ইয়াত। 

শেহতীয়াভাবে কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ডৰ পাছত সমগ্ৰ দেশতেই ইয়াৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে। সামাজিক মাধ্যমত ভুক্তভোগীৰ ন্যায়ৰ দাবীত তথা অভিযুক্তৰ উচিত শাস্তিৰ দাবীক বিভিন্নজনে নিজ নিজ বক্তব্য আগবঢ়াইছে। তেনেকুৱা এক সময়তে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীৰ এটা বক্তব্য যঠেষ্ট ভাইৰেল হৈছে। দাবী কৰা হৈছে যে গাংগুলীয়ে এই […]

Continue Reading

বাংলাদেশ ছাত্ৰ লীগৰ পুৰণি সমাবেশৰ ভিডিঅ’ বাংলাদেশত শেহতীয়াকৈ হিন্দুসকলে কৰা প্ৰতিবাদ সমাবেশৰ বুলি ভাইৰেল।

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পাছৰেপৰা বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ মাজতে এক বিশাল সমাবেশৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত, য’ত সমাবেশকাৰীসকলে গেৰুৱা পোছাক পৰিধান কৰিছে। ভিডিঅ’টোৰ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ(৯০৪৯০৫৩৭৭০) প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে লিখিছিল যে এয়া বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ প্ৰতিবাদৰ দৃশ্য। Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading

বাংলাদেশৰ দুই বিচ্ছেদিত হিন্দু স্বামী-স্ত্ৰীৰ বিবাদৰ ফলত হোৱা ঘটনাৰ ভিডিঅ’ বিভ্ৰান্তিকৰভাৱে হিন্দু মহিলাৰ ওপৰত মুছলমানৰ আক্ৰমণ বুলি শ্বেয়াৰ কৰা হৈছে

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা অশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। বাংলাদেশত এগৰাকী হিন্দু মহিলাক বলপূৰ্বক অপহৰণ কৰি লৈ যোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা […]

Continue Reading

বাংলাদেশত ভাৰতীয় মূলৰ হিন্দু ছাত্ৰীক অত্যাচাৰ কৰা বুলি প্ৰতিবাদী ছাত্ৰীৰ বাটৰ নাটৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখা যুৱতীগৰাকী ভাৰতীয় মূলৰ হিন্দু যুৱতী আৰু তেওঁ বাংলাদেশলৈ […]

Continue Reading

বাংলাদেশৰ এই ভিডিঅ’টোৰ কোনো সাম্প্ৰদায়িক দিশ নাই। ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ।

হিংসাজৰ্জৰ বাংলাদেশৰ এটা খুব আমনিদায়ক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মৃতপ্ৰায় ব্যক্তিক এটা মূৰ্তিত ওলোমাই নিৰ্মমভাৱে প্ৰহাৰ কৰিছে কিছুমান লোকে। দাবী কৰা হৈছে এই ব্যক্তিজন হিন্দু আৰু তেওঁক মুছলমান লোকে বাংলাদেশত এইদৰে অত্যাচাৰ কৰিছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশত অশান্তিৰ ধৰ্মৰ মুছলমানে হিন্দু পুৰুষ এজনক মজিবৰ ৰহমানৰ […]

Continue Reading