৫০ বছৰীয়া পিতৃৰ সৈতে ২৩ বছৰীয়া কন্যাই  বিবাহপাশত আৱদ্ধ হোৱা দাবীটো বিভ্ৰান্তিকৰ। ই সত্য নহয়।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন ফটো বিয়পি পৰিছে। ফটোখনত এগৰাকী ব্যক্তিৰে সৈতে শিৰত সেন্দুৰ লৈ থকা এগৰাকী যুৱতীক দেখা গৈছে। ফটোখনৰ ওপৰত হিন্দী ভাষাত লিখা হৈছে যে ৫০বছৰীয়া পিতৃৰ সৈতে হিন্দু ৰীতি-নীতিমতে বিবাহপাশত আৱদ্ধ হৈছে এগৰাকী ২৩বছৰীয়া যুৱতী। Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

বাংলাদেশৰ তিনিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ সাম্প্ৰদায়িক দাবীৰে ভাইৰেল।

এদল লোকে হাতে হাতে লাঠী লৈ ইজনে আনজনক প্ৰহাৰ কৰা এক দৃশ্য শেহতীয়াকৈ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টো বাংলাদেশৰ বুলি দাবী কৰা হৈছে। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে বাংলাদেশৰ হিন্দুসকলক এনেদৰে অত্যাচাৰ কৰা হৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “লাইভ বাংলাদেশ ফাইল.. 😭😭😭 পেলেষ্টাইন’ৰ যিকোনো কথাটেই মুখৰ হোৱা ইক’ছিষ্টেম , ছেকুলাৰ […]

Continue Reading

২০২৪ৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৫,০৪,৩১৩টা অতিৰিক্ত ভোট গণনা কৰা হৈছিল বুলি মিছাকৈ দাবী কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক পোষ্টত এটা দাবী উত্থাপন কৰা হৈছে যে মহাৰাষ্ট্ৰৰ শেহতীয়া নিৰ্বাচনত ভোট গণনাত মুঠ ভোটতকৈ ৫,০৪,৩১৩টা অতিৰিক্ত ভোট ওলাইছিল। সেই দাবীৰে ভিডিঅ’ বাৰ্তা প্ৰস্তুত কৰাৰ উপৰিও অন্য পোষ্টো কৰা দেখা গৈছে। Facebook Link । Archived Link একেই দাবীৰে কৰা একাধিক পোষ্ট আপোনালোকে ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। কিন্তু দাবীটো সত্য […]

Continue Reading

নেমু,নিম,হালধি আৰু ইণ্টাৰমিটেণ্ট ফাষ্টিঙেৰে নৱজ্যোত সিং সিদ্ধুৰ পত্নীৰ কেঞ্চাৰ ৰোগ সম্পূৰ্ণ নিৰাময় হৈছিল নেকি? 

শেহতীয়াভাবে অসমৰ বহুতো ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ বাৰ্তা প্ৰচাৰ কৰিছে। সেই বাৰ্তাটোত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিক নৱজ্যোত সিং সিদ্ধুৱে নিজৰ পত্নীয়ে কৰ্কট ৰোগৰ পৰা পৰিত্ৰান পোৱাৰ পাছত দিয়া এখন সংবাদ মেলৰ উদ্ধৃতি দি কিছু কথা লিখা হৈছে। পোষ্টটোৰ এঠাইত লিখা হৈছে যে- ভবামতে নিজৰ মতে আগবাঢ়ি ৰাতিপুৱা কুহুমীয়া পানীত নেমু চেপি খাবলৈ দি দিনটো […]

Continue Reading

গৰম পানীৰে গা ধুলে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি বিভ্ৰান্তিকৰ দাবী।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে গৰম পানীৰে গা ধুলে মানুহৰ শৰীৰত বিভিন্ন ,সমস্যাৰ সৃষ্টি হ’ব পাৰে। উচ্চ ৰক্তচাপৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱালৈ বিভিন্ন সমস্যাৰ কথা ভিডিঅ’টোত উল্লেখ কৰা হৈছে। পেশীসম্পৰ্কীয় সমস্যা, স্নায়ুৰ বিষ তথা প্ৰজনন ক্ষমতা হ্ৰাস আদি দাবী কৰিছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- গৰম […]

Continue Reading

এখন চেলুনত গ্ৰাহক পক্ষাঘাতগ্ৰস্ত হোৱা এই ভিডিঅ’টো দৰাচলতে চিত্ৰনাট্যযুক্ত।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন চেলুনৰ এটা ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে এজন গ্ৰাহকে নাপিতৰ পৰা মালিচ লৈছে, আৰু মূৰৰ মালিচৰ কিছু সময়ৰ পাছত গ্ৰাহকজন পক্ষাঘাতগ্ৰস্ত হৈ পৰে।  ভিডিঅ’টো শ্বেয়াৰ কৰি এটা ফেচবুক পেজত লিখা হৈছে এইদৰে, “আপুনি চেলুনত মালিচ লয় নেকি ? যদি লয়, তেন্তে সাৱধান হওঁক আপুনি !” Facebook Link | Archived […]

Continue Reading

মণিপুৰত ২০২৩ চনতে সংঘটিত হিংসাত্মক ঘটনাৰ ফটো শেহতীয়া জিৰিবাম হিংসাৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে ব্যৱহাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজে চুবুৰীয়া ৰাজ্য মণিপুৰত অতি শেহতীয়াকৈ সংঘটিত হোৱা এক হিংসাত্মক ঘটনা সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তা প্ৰস্তুত কৰিছে। সেই ভিডিঅ’টোত মণিপুৰৰ জিৰিবামত এগৰাকী মহিলাক হত্যা কৰা তথা ১০টাকৈ ঘৰত অগ্নিসংযোগ কৰা খবৰটো প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত তিনিখন ফটো ব্যৱহাৰ কৰা হৈছে। সেই ফটো তিনিখন ব্যৱহাৰ কৰিয়েই ভিডিঅ’টো প্ৰস্তুত কৰি তোলা হৈছে। ফটো […]

Continue Reading

ডলী চাইৱালাক মাইক্ৰ’ছফ্ট ১২ৰ ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা কৰা কথাটো অসত্য। এই দাবী বিভ্ৰান্তিকৰ। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক পেজ আৰু ব্যৱহাৰকাৰীয়ে এটা বিশেষ দাবী উত্থাপন কৰি পোষ্ট কৰিছে যে নিজৰ অগতানুগতিক ধৰণ কৰণেৰে  সামাজিক মাধ্যমযোগে বিখ্যাত হৈ পৰা নাগপুৰৰ চাহ দেকানী সুনীল পাটিল ওৰফে ডলী চাইৱালা বিশ্ববিখ্যাত কোম্পানী মাইক্ৰ’ছফ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত হৈছে। গুগল এআইত ডলী চাইৱালাক লৈ বিশেষ ওভাৰভিউ অহা বুলি সেই দাবীসম্বলিত পোষ্টত লিখা হৈছে। তেনেকুৱা […]

Continue Reading

গাজাৰ এবছৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ঘৰত হিজবুল্লাহৰ শেহতীয়া ড্ৰোণ আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল।

অলপতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱা আমাৰ দৃষ্টিগোচৰ হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে কোনো এক অঞ্চলত বিশাল অট্টালিকা ৰকেটেৰে বিস্ফোৰণ কৰি ধ্বংস কৰা হৈছিল। ভিডিঅ’টোত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ঘৰত হিজবুল্লাহৰ শেহতীয়া ড্ৰোণ আক্ৰমণৰ দৃশ্য দেখুওৱা হোৱা বুলি দাবী কৰা হৈছিল। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ইজৰাইলৰ ওপৰত হেজবুল্লাহৰ আক্ৰমণ।। ইজৰাইলৰ প্ৰধানমন্ত্ৰী […]

Continue Reading

প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰা সময়ত মল্লিকাৰ্জুন খৰ্গেক বাহিৰতে ৰৈ থাকিবলৈ কোৱা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

যোৱা ২৩ অক্টোবৰত প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন দাখিল কৰে। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত য’ত তেওঁক দুৱাৰৰ বাহিৰত ৰৈ থকা দেখা গৈছে। দাবী কৰা হৈছে যে প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰা সময়ত মল্লিকাৰ্জুন খৰ্গেক এইদৰে বাহিৰতে অপেক্ষা কৰিবলৈ দিয়া হৈছিল। ফেচবুকত […]

Continue Reading