নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ ভিডিঅ’ বুলি পুৰণি ভিডিঅ’ ভাইৰেল

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ দাবীৰে এটা পোষ্ট “Northeast View” নামৰ এটা ফেচবুক পেজৰ পৰা শ্বেয়াৰ হোৱা […]

Continue Reading

এই ভিডিঅ’টো নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ নহয়

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে।  তেনেধৰণৰ দাবীৰে ইউটিউবত এটা ভিডিঅ’ আপলোড হোৱা‌ও দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে এখন […]

Continue Reading

এই ফটোখন নেপালৰ পোখৰাত অলপতে দুৰ্ঘটনাত পতিত বিমানখনৰ নহয়

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। তেনে এটা পোষ্ট হোৱাটচ‌এপযোগেও শ্বেয়াৰ হোৱা দেখা গৈছে। পোষ্টটোত দেখা গৈছে এখন দুৰ্ঘটনাত […]

Continue Reading

ভাইৰেল ভিডিঅ’টো এয়াৰ হোষ্টেছ অশিন মাগৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভিতৰৰ পৰা কৰা অন্তিম ভিডিঅ’ নহয়

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে।  ইয়াৰ পিছতে এটা বিশেষ ভিডিঅ’চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টো হ’ল বিমানখনৰ ভিতৰত এয়াৰ হোষ্টেছ অশিন মাগৰে বনোৱা এটা টিকটক ভিডিঅ’। দাবী কৰা হৈছে যে এই ভিডিঅ’টো এয়াৰ হোষ্টেছগৰাকীয়ে দুৰ্ঘটনাগ্ৰস্ত […]

Continue Reading

আৰ্জেন্টিনাৰ চৰকাৰে মেছিৰ ফটো থকা বেংকনোট প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত সঁচাকৈয়ে লৈছেনে?

আৰ্জেণ্টিনাই ফিফা বিশ্বকাপৰ খিতাপ জয় কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত তাৰকা ফুটবলাৰ লিয়নেল মেছিৰ ছবি আৰু ভিডিঅ’ৰে উপচি পৰিছে। আৰ্জেণ্টিনাৰ দলৰ সদস্যসকলক তেওঁলোকৰ গৃহ চহৰে অবিশ্বাস্যভাৱে আদৰণি জনায়। এতিয়া এটা দাবী চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে যে আৰ্জেণ্টিনাই মেছিক আন এক স্বীকৃতি দিবলৈ সাজু হৈছে। দাবীটো হ’ল আৰ্জেণ্টিনাই মেছিৰ ছবি থকা ১০০০ আৰ্জেণ্টিনাৰ পেছ’ […]

Continue Reading

মক্কাত সঁচাকৈয়ে তুষাৰপাত হৈছেনে?

শেহতীয়াকৈ মক্কাত তুষাৰপাত হোৱা বুলি দাবী কৰা এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। তুষাৰপাতৰ সময়ত মক্কাৰ কাবা শ্বৰীফত হোৱা জনসমাগম ভিডিঅ’টোত দেখুওৱা হৈছে। Facebook Link | Archived Link এই একেটা ভিডিঅ’ আন আন চ’চিয়েল মেডিয়া প্লেটফৰ্মতো ভাইৰেল হোৱা দেখা গৈছে। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা […]

Continue Reading

ফিফা ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হোৱাৰ পাছত ব্ৰাজিল দলৰ অনুৰাগীয়ে দলটোৰ ওপৰত কণী নিক্ষেপ কৰা বুলি পুৰণি আৰু অপ্ৰাসংগিক ভিডিঅ’শ্বেয়াৰ কৰা হৈছে

ফিফা বিশ্বকাপ ২০২২ত ব্ৰাজিলে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পিছত ক্ষুব্ধ অনুৰাগীৰ দল এটাই বাছত কণী নিক্ষেপ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। এনেধৰণৰ ভিডিঅ’ ইউটিউবত আপলোড হোৱা দেখা গৈছে। Capital TV নামৰ এটা ইউটিউব চেনেলে আপলোড কৰা এটা ভিডিঅ’ত কোৱা হৈছে যে ব্ৰাজিল দল ফিফা ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হোৱাৰ ফলত অনুৰাগীসকলে ব্ৰাজিল দলৰ […]

Continue Reading

এইটো কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ৰ ভিডিঅ’ হয়নে?

কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ পিছত ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে এখন ষ্টেডিয়ামৰ খেলপথাৰত সহস্ৰাধিক ৰাইজে নমাজ পঢ়ি থকা এটা ভিডিঅ’। ফেচবুক ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভিডিঅ’টোত কাটাৰ ফুটবল ষ্টেডিয়ামত নামাজ পঢ়া দেখা গৈছে। এই ধৰণৰ কেবাটাও পোষ্ট ফেচবুকত আপলোড তথা শ্বেয়াৰ হোৱা দেখা গৈছে ।  Facebook Link | Archived Link আমি দাবীটোৰ […]

Continue Reading

শেহতীয়াকৈ ইমৰাণ খানৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে এই ছবিখনৰ কোনো সম্পৰ্ক নাই!

শেহতীয়াকৈ পাকিস্তানৰ ৱাজিৰাবাদত এক প্ৰতিবাদী সমাৱেশৰ সময়ত অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ লাহোৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু এতিয়া তেওঁ বিপদ মুক্ত হৈছে । এনে পৰিস্থিতিত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ওপৰলৈ হাত উঠাই এখন বগা চাদৰত শুই থকা এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে […]

Continue Reading

২০০৯ চনৰ ভিডিঅ’ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া হিচাপে শ্বেয়াৰ কৰা হৈছে

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ বাবে শোক প্ৰকাশ কৰি থকা সময়তে বাকিংহাম পেলেচত কিছু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে শ্লোক আবৃত্তি কৰা এটা ভিডিঅ’ হোৱাটচ‌এপৰ যোগেদি অসমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে । দাবী কৰা হৈছে যে ভিডিঅ’টোত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় শ্লোক গোৱা দেখা গৈছে ।  আমাৰ হোৱাটচ‌এপ নম্বৰলৈ উক্ত ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link […]

Continue Reading