নগা সন্ত্ৰাসবাদ আৰু নাগালেণ্ডঃ প্ৰাক-স্বাধীনতা যুগৰ পৰা এতিয়ালৈ এক চমূ অৱলোকন। 

(Thumbnail image source: https://mahabahu.com/naga-insurgency-a-brief-history/ ) অতি শেহতীয়াকৈ অসমৰ তিনিচুকীয়া জিলাত চাৰিজন যুৱকক নগা উগ্ৰপন্থী সংগঠনত যোগদান কৰাত বাধা দিয়ে ভাৰতীয় সেনাই। ফলত এনএছচিএন(আইএম)ৰ নিযুক্তিৰ এক পদক্ষেপ ব্যৰ্থ হয়। আনহাতে একেখন জিলাতে এক সুকীয়া অভিযানত অসম আৰক্ষীৰ সৈতে মিলি এটা বৃহৎ ধন দাবী চক্ৰ সফলভাৱে উত্খাত কৰে। যোৱা দেওবাৰে এগৰাকী প্ৰতিৰক্ষা বিষয়াই এই কথা জনায়। সেনাৰ […]

Continue Reading

পৃথিৱী ধ্বংসৰ খবৰৰ সত্যতা কি? ৫ বিলিয়ন বৰ্ষৰ অন্তত ধ্বংস হোৱাৰ নিশ্চিতি আছেনে?  

শেহতীয়াকৈ অসমৰ এক ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সূৰ্যৰ প্ৰকোপত পৃথিবী ধ্বংস হৈ যাব। তেওঁলোকে কৈছে যে বিজ্ঞানীসকলে পৃথিবী ধ্বংস হোৱাৰ সঠিক সময় নিৰ্ধাৰণ কৰি উলিয়াইছে। ৫বিলিয়ন বছৰ পাছত সূৰ্য বিষ্ফোৰণ ঘটি পৃথিৱী ধ্বংস কৰি পেলাব বুলি বিজ্ঞানী সকলো জানিব পৰা বুলি এই ভিডিঅ’টোত কোৱা হৈছে। কেপছনত লিখিছে- সাৱধান […]

Continue Reading

ডিপফেক কি আৰু কেনেকৈ চিনাক্ত কৰিব।

১৯ এপ্ৰিলৰ পৰা ভাৰতত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰেপৰা বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। চ’ছিয়েল মিডিয়াতো নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এনে সময়তে অভিনেতা আমিৰ খান আৰু ৰনৱীৰ সিঙৰ দুটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে চ’ছিয়েল মিডিয়াত। ভিডিঅ’ দুটাত আমিৰ খান আৰু ৰনৱীৰ সিঙে […]

Continue Reading

আলাস্কা পক্স কি? ভাৰতত এই ৰোগৰ বাবে ভয় কৰিবলগীয়া আছেনে?

বতৰ পৰিবৰ্তনৰ এই সময়ছোৱাত সাধাৰণতে বসন্ত, চৰ্দি-কাহজাতীয় বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। শেহতীয়াকৈ এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হ’ল য’ত আলাস্কা পক্স নামৰ এবিধ ৰোগৰ বিষয়ে উল্লেখ কৰা হৈছিল আৰু কোৱা হৈছিল যে এই ৰোগ অতি ভয়ংকৰ আৰু যোৱা মাহত এজন লোকৰ মৃত্যু হৈছে। সেয়ে চিকিৎসা বিশেষজ্ঞসকলে সতৰ্কবাণী জাৰি কৰিছে। Facebook Link | Archived Link আমি […]

Continue Reading

ভেলেণ্টাইন ডে’ উপলক্ষে কেডবেৰী চকলেট কোম্পানীয়ে দিয়া অফাৰৰ সত্যতা কিমান? জানো আহক।

সাধাৰণ মানুহৰ এটা চিৰাচৰিত প্ৰকৃতি হৈছে বিনামূল্যে লাভ কৰা সামগ্ৰী বা সেৱাৰ প্ৰতি আগ্ৰহ। যিকোনো লোকেই কোনো দোকান-পোহাৰ, কোনো কোম্পানী আনকি চৰকাৰেও যদি কিবা সামগ্ৰী বা সেয়া কোনো মূল্য ব্যয় নকৰাকৈ লাভ কৰাৰ কোনো খবৰ বিয়পি কৰে, তেনেহ’লে সাধাৰণ লোকে আগ নুগুনি, নুগুনি পাছ, সেই বিষয়টোত জপিয়াই পৰে।  অতি শেহতীয়াকৈ আপোনালোকে হয়তো মন কৰিছে যে […]

Continue Reading

১৬ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই। এই বিভ্ৰান্তিৰ কাৰণ কি ইয়াতে জানক।    

শেহতীয়াভাবে অসমৰ ছোচিয়েল মিডিয়াত বিভিন্ন ব্যৱহাৰকাৰীয়ে অহা ১৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে বুলি পোষ্ট দিয়া দেখা গৈছে। আনকি কোনো কোনো সংবাদ প্ৰতিস্থানেও এই বাতৰি সম্প্ৰচাৰ কৰিছিল যে অহা ১৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দেশৰ সাধাৰণ নিৰ্বাচন।  সংবাদ প্ৰতিস্থানৰ সেই পোষ্ট আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব। Archived Link ।Archived Link। Archived Link  আনফালে […]

Continue Reading

অমিতাভ বচ্চন, অক্ষয় কুমাৰ,অৰ্ণৱ গোস্বামী আদিয়ে সঁচাকৈয়ে অনলাইন জুৱাৰ বাবে আহ্বান কৰিছেনে?

অতি শেহতীয়াকৈ আপোনালোকে হয়তো ফেচবুকত ইটো সিটো কথা চাই থাকোতে বহু সময়ত দেশৰ আগশাৰীৰ সাংবাদিক অৰ্ণৱ গোস্বামী, ৰবিশ কুমাৰ অথবা কিংবদন্তি অভিনেতা অমিতাভ বচ্ছনৰ লগতে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰলৈকে এইসকল লোকে কিছুমান অনলাইন খেলৰ জৰিয়তে লক্ষ লক্ষ ধন লাভ কৰাৰ কথা কৈ বিজ্ঞাপন কৰা দেখিছে। তেওঁলোকে সেই নিৰ্দিষ্টি এপটোৰ জৰিয়তে কিদৰে ধন ঘটিব পাৰি সেই […]

Continue Reading

ইছৰোৰ মুৰব্বী এচ সোমনাথ আৰ এছ এছৰ কাৰ্যালয়লৈ যোৱা নাছিল।

শেহতীয়াকৈ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত কেপশ্বন দিয়া আছিল এইদৰে – “বাংগালুৰুত আৰ এছ এছৰ (RSS)কাৰ্যালয়ত ইছৰোৰ (ISRO)মুৰব্বী সোমনাথ জী।বামপন্থী,চেকুলাৰ,সমাজবাদী সকলক কঠিন হৃদস্পন্দন দিব এই ভিদিঅ টোৱে 😂 #জয়মাভাৰতী 🚩🚩”। ভিডিঅ’টোত ইছৰোৰ মুৰব্বী এচ সোমনাথক এজন ব্যক্তিয়ে সম্বৰ্ধনা জনোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো বাংগালুৰুৰ আৰ এছ এছ […]

Continue Reading

সঁচাকৈয়ে চন্দ্ৰযানৰ বিজ্ঞানীয়ে ১৭মাহ ধৰি দৰমহা পোৱা নাই নেকি?

২৩ আগষ্টত চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ বুকুত সফলতাৰে অৱতৰণ কৰাৰ পিছতে এটা বিশেষ বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। বাতৰিটোত কোৱা হৈছিল যে ১৭ মাহ ধৰি চন্দ্ৰযান-৩ৰ বিজ্ঞানীসকলে দৰমহা পোৱা নাই। Facebook Link | Archived Link কিন্তু আচলতে চন্দ্ৰযানৰ লঞ্চপেড নিৰ্মাণ কৰা পি এছ ইউ হেভী ইঞ্জিনিয়াৰিং কৰ্প’ৰেশ্বনৰ বিষয়া-কৰ্মচাৰীসকলেহে কেইবামাহ ধৰি দৰমহা পোৱা নাছিল। ২০২৩ চনৰ ১৮ […]

Continue Reading