ভাৰত চৰকাৰে ‘লক-ডাউন’ক পৰ্য্যায়ক্ৰমে পাঁচটা ষ্টেজত শিথিল কৰিবলৈ সাজু হৈছে নেকি?
সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় দুই লাখ ৯৭ হাজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪৩.৫ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৭৮ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ২৫৪৯ জনৰ মৃত্যু হৈছে । অসমতো ৮০জন […]
Continue Reading
