বাংলাদেশত পতাকা বিক্ৰেতাক পৰা প্ৰহাৰৰ ভিডিঅ’ পশ্চিমবংগৰ বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো পশ্চিমবংগৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত এগৰাকী সেনা জোৱানে বাংলাদেশৰ পতাকা বিক্ৰী কৰা লোক এজনক প্ৰহাৰ কৰা দেখা গৈছে। অসমৰ ফেচবুক পোষ্টটোত পশ্চিমবংগত বাংলাদেশৰ পতাকা বিক্ৰী কৰোত এজনক ভাৰতীয়া সেনাৰ জোৱানে প্ৰহাৰ কৰা বুলি দাবী কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট […]

Continue Reading

২০২৩ চনত এমিৰেটছ এ৩৮০ বিমানৰ ভিতৰত লোৱা এক দৃশ্য আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ ভিতৰৰ বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেইটো আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সময়ৰ বুলি দাবী কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতিৰ অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱ আদিত […]

Continue Reading

অসমত বাঢ়ি অহা তাপমাত্ৰাৰ কাৰণ আৰু প্ৰভাৱ

পাতনি অসম তথা উত্তৰ পূৰ্বাঞ্চল বুলি ক’লে সাধাৰণতে আমাৰ দেশৰ উত্তৰ অংশতকৈ তুলনামূলকভাৱে কম তাপমাত্ৰাৰ এক বিস্তৃত অঞ্চল বুলি প্ৰসিদ্ধ। কিন্তু শেহতীয়াকৈ সেই প্ৰসিদ্ধি যেন ক্ৰমাগতভাৱে মোলান পৰিবলৈ ধৰিছে। বৰ্তমান অসমত অসহনীয় গৰমে জনজীৱন অস্থিৰ কৰি তুলিছে। বিগত কেইবাদিনো ধৰি ৰাজ্যখনত দিনৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৩ৰ পৰা৫°চেণ্টিগ্ৰেড বেছি হৈ আছে। কোনো কোনো অঞ্চলত ৩৪ৰ পৰা ৩৬° […]

Continue Reading

শুই থকা লোক এজনক সিংহই আক্ৰমণ নকৰাকৈ গুছি যোৱা দৃশ্যটো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। 

শেহতীয়াকৈ যোৱা ৭ জুন, ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্যৰে এইবুলি দাবী কৰিছিল যে দুটি সিংহই এগৰাকী ৰাষ্টাত শুই থকা লোক এজনক শুঙি গুছি গৈছে কিন্তু একো হানি কৰা নাই। দৃশ্যটো চিচিটিভিত বন্দী হোৱা দৃশ্য বুলি উল্লেখ কৰা হৈছে।  Facebook Link Archived Link একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা […]

Continue Reading

অসমৰ বানপানী: কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া

পাতনি   বৰ্ষাকালত অসমত বানপানী হৈয়েই থাকে, কিন্তু ২০২৫ চনৰ বানপানীয়ে আকৌ এবাৰ অসমবাসীক কঠোৰ পৰীক্ষাৰ সন্মুখীন কৰোৱাছে। এই বানপানীয়ে হাজাৰ হাজাৰ লোকক গৃহহীন কৰিছে, জীৱ-জন্তু, খেতি-বাতি আৰু সা-সম্পত্তিৰ অপৰিমেয় ক্ষতি সাধন কৰিছে। এই লেখাত আমি এই বানপানীৰ কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া সম্পৰ্কে সংক্ষিপ্তকৈ আলোচনা কৰিম।   অসমৰ বানপানীৰ মূল কাৰণ:   ১. বৰষুণৰ বৃদ্ধি: এইবাৰৰ […]

Continue Reading

২০২৪ৰ পুৰণি ভিডিঅ’কে ৰাছিয়াৰ শেহতীয়া ইউক্ৰেইন আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ যোৱা ২ জুন, ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলোৱা শেহতীয়া আক্ৰমণৰ বুলি দাবী কৰিছিল। লিখিছিল- ৰাছিয়াই এতিয়া ইউক্ৰইনৰ ওপৰত ব্যাপক আক্ৰমণ আৰম্ভ কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading

যোৱা এপ্ৰিলৰ কলম্বিয়াৰ বাৰাংকুইলাৰ বানপানীৰ ভিডিঅ’ এটা গুৱাহাটীৰ শেহতীয়া বানপানীৰ সময়ৰ বুলি মিছাকৈ প্ৰচাৰ।    

শেহতীয়াকৈ যোৱা ৩০ মে’ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ অতি শেহতীয়া বান পৰিস্থিতত পানীৰ ওপৰত এজন লোকে এখন চোফাত বহি উপঙি গৈ থকা বুলি দাবী কৰা হৈছিল।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

২০২০ চনৰে পুৰণি ভিডিঅ’ এটা গুৱাহাটীৰ শেহতীয়া বানপানীৰ সময়ৰ বুলি মিছাকৈ প্ৰচাৰ।    

শেহতীয়াকৈ যোৱা ৩০ মে’ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ অতি শেহতীয়া বান পৰিস্থিতত পানীৰ ওপৰত এপাত চেণ্ডেলৰ ওপৰত এটা নিগনি উপঙি থকা বুলি দাবী কৰা হৈছিল।  লিখিছিল- কিমান দুখৰ জীৱন হৈছে গুৱাহাটীত। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

২০২২ চনৰ পুৰণা ভিডিঅ’কো গুৱাহাটীৰ ডন বস্ক’ ইউনিভাৰ্চিটীত অজগৰ ওলোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ যোৱা ১ জুনত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ভিতৰৰ পথেৰে নিশাৰ ভাগত এডাল প্ৰকাণ্ড অজগৰ সাপ পাৰ হৈ যোৱা বুলি দাবী কৰা হৈছিল।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

বিভিন্ন পুৰণি আৰু সংগতিহীন দৃশ্যকে ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি বিগত সময়চোৱাত প্ৰচাৰ কৰা হৈছিল। 

চলিত মাহৰ ৬ তাৰিখে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰাৰ লগে লগেই সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ সেই অপাৰেচনৰ বুলি দাবী কৰি প্ৰচাৰ হোৱা আৰম্ভ হৈছিল। আনকি কোনো কোনো সংবাদ প্ৰতিষ্ঠানেও কিছুমান ভিডিঅ’ অপাৰেচন সিন্দূৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছিল। আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই তেনেকুৱা বহুসংখ্যক ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি সেই ভিডিঅ’বোৰনো প্ৰকৃততে […]

Continue Reading