এইটো ভাৰতলৈ শেহতীয়াকৈ অনা ৰাফেল বিমান কেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰাই থকা সময়ৰ ভিডিঅ’ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক যোৱা ২৯ জুলাই, ২০২০ তাৰিখে ফ্ৰান্সৰ পৰা পাঁচখন ৰাফেল বিমান ভাৰতৰ আম্বালা বিমান ঘাটিত আহি উপস্থিত হ’ল । উক্ত বিমান কেইখন ফ্ৰান্সৰ পৰা জুলাই ২৭ তাৰিখে উৰা মাৰিছিল আৰু ৭০০০ কিলোমটাৰ বাট অতিক্ৰম কৰি আহিছে । জনা গৈছে যে উক্ত বিমানকেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰোৱা হৈছিল আৰু শেহতীয়াকৈ এই বিৰল […]

Continue Reading

ৰাজস্থানৰ পুৰণি ফটো হিমাচল প্ৰদেশৰ শেহতীয়া ঘটনাৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক কিছুদিনৰ আগতে আপলোড হোৱা এক বিশেষ ফেচবুক পোষ্ট অসমত পুনৰাই শ্বেয়াৰ হব ধৰিছে । উক্ত ফেচবুক পোষ্টটোত কিছু ফটো আপলোড কৰা হৈছে য’ত এজনী মুখত আঘাত প্ৰাপ্ত গাই গৰু দেখা গৈছে । দাবী  কৰা হৈছে যে এইটো হিমাচল প্ৰদেশৰ ঘটনা হয় আৰু সন্তান সম্ভবা হৈ থকা দূৰ্ভগীয়া উক্ত গাই গৰুজনীক […]

Continue Reading

ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে তিনিখন খাদী মাস্ক ৯৯৯ টকাত বিক্ৰী কৰা নাই!

সংৰক্ষিত লিংক যি সময়ত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক পিন্ধাটো দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য্য অংগ হৈ পৰিছে, সেই সময়তে মাস্ক সম্বন্ধীয় এখন বিতৰ্কিত বিজ্ঞাপনৰ পোষ্টাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ‘খাদী ইণ্ডিয়া’য়ে তিনিখন খাদী মাস্কৰ দাম ৯৯৯ টকা নিৰ্ধাৰণ কৰিছে । ‘খাদী ইণ্ডিয়া’ হৈছে ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ […]

Continue Reading

পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ বাবে ক্ৰোধিত হৈ ৰাইজে পেট্ৰল পাম্পটোত আক্ৰমণ কৰা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত কিছু  উত্ৰেজিত লোকে এটা পেট্ৰল পাম্পত আক্ৰমণ কৰি ভাঙি চূৰমাৰ কৰা দেখা গৈছে ।  দাবী কৰা হৈছে যে পেট্ৰল ডিজেলৰ বৰ্ধিত দামৰ বাবে ক্ৰোধিত হৈ এই সকল লোকে এইদৰে পেট্ৰল পাম্পটোত আক্ৰমণ কৰিছে ।  আৰিয়ান ৰেব্বি নামৰ এক ফেচবুক […]

Continue Reading

এই মৃত ছোৱালীজনী পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাৰ ধর্ষিতা মাম্পি সিংহ নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ ফেচবুক পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত পোষ্টটোত দাবী কৰা হৈছে যে পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাৰ চোপ্ৰা বিধানসভা অন্তৰ্গত বসলামপুৰ গাঁৱৰ মাম্পি সিংহ নামৰ এজনী হিন্দু কিশোৰীক মহম্মদ নাছিৰুদ্দিন নামৰ এজন লোকে ধৰ্ষণ কৰিছে আৰু ইছলামপুৰ চিকিৎসালয়ত কিশোৰীজনীৰ পাছত মৃত্যু হয় । উক্ত পোষ্টটোত […]

Continue Reading

অমিতাভ বচ্চনৰ ক’ৰনা টেষ্টৰ ৰিজাল্ট নিগেটিভ অহা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে আৰু বহুতো মানুহ এতিয়াও আক্ৰান্ত হৈ আছে ।  শেহতীয়াকৈ বলিউডৰ ‘বিগ […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগপতি আদানীৰ পত্নীক মূৰ দোঁৱাই সেৱা কৰা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো ফেচবুকৰ জৰিয়তে অসমত ভাইৰেল হৈ পৰিছে । ফটোখনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এগৰাকী মহিলাক মূৰ দোঁৱাই সেৱা কৰা দেখা গৈছে । দাবী কৰা হৈছে যে উক্ত মহিলা গৰাকী উদ্যোগপতি আদানীৰ পত্নী হয় । দেশৰ প্ৰধানমন্ত্ৰী এজনে এইদৰে উদ্যোগপতিৰ পত্নীক মূৰ দোঁৱাই সেৱা কৰিবলগীয়া হৈছে বুলি […]

Continue Reading

ভাৰতৰ গৃহ মন্ত্ৰালয়ে বৰ্তমানলৈকে স্কুল-কলেজ সমূহ খুলিবলৈ অনুমতি দিয়া নাই!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । সমগ্ৰ দেশখন ইতিমধ্যে লক ডাউনৰ বিভিন্ন পৰ্য্যায়ৰ মাজেদি পাৰ হৈ গৈছে । লক […]

Continue Reading

অসম চৰকাৰে বানাক্ৰান্তক সাহায্য দিবলৈ টকা নাই বাবে ৰাইজৰ দান বৰঙণি বিচৰা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ অসমত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ৰাজ্যখনত বানত ৮৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২৬খন জিলাৰ ২৭ লাখ মানুহে দুৰ্ভোগ ভুগিব লগীয়া হৈছে । এনে সময়তে এখন বিশেষ ফটো সম্বলিত কিছু ফেচবুক পোষ্ট অসমত আপলোড আৰু শ্বেয়াৰ হোৱা দেখা গ’ল । উক্ত ফটো/পোষ্টাৰ বা ফেচবুক পোষ্টবোৰত দাবী […]

Continue Reading

হস্পিটেলত বান্দৰৰ উপদ্ৰৱৰ এই ভিডিঅ’টো ভাৰতৰ নহয়!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত কিছু বান্দৰক এটা হস্পিটেলৰ ৱাৰ্ডৰ পৰা খোৱা বস্তু চুৰ কৰি থকা দেখা গৈছে আৰু ইয়াৰ ফলত কিছুমান ৰোগীক ভয়ত পেপুৱা লাগি বিচনা চাদৰৰ তলত লুকাব ধৰা দেখা গৈছে । ভিডিঅ’টোত বান্দৰবোৰক আমি পৰ্দাৰ ৰ’ডত উঠি আৰু মজিয়াত দৌৰি খোৱা বস্তু কাঢ়িবলৈ […]

Continue Reading