২০২১ চনৰেই ফটো ড° মনমোহন সিঙৰ অন্তিম শয়নৰ দৃশ্য বুলি ভাইৰেল।

ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে যোৱা নিশা অৰ্থাৎ ২৬ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। ইয়াৰ পাছতে ড° মনমোহন সিঙৰ অন্তিম শয়নৰ দৃশ্য বুলি এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখনত এখন হস্পিতালৰ বিচনাত ড° মনমোহন সিঙক দেখা গৈছে আৰু ওচৰত এজন চিকিৎসকক থিয় হৈ থকা দেখা গৈছে। ফেচবুকত ফটোখন শ্বেয়াৰ কৰি এক অসমীয়া […]

Continue Reading

বিজেপি সাংসদক ৰাহুল গান্ধীয়ে ঠেলা মাৰি দিয়া বুলি তেওঁ নিজে স্বীকাৰ কৰিছিল নেকি? জানক সত্যতা।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপি সাংসদক ঠেলা মাৰিছিল বুলি ৰাহুল গান্ধীয়ে নিজে স্বীকাৰ কৰিছে। যোৱা ১৯ ডিচেম্বৰত বিজেপি সাংসদ প্ৰতাপ সাৰংগীয়ে অভিযোগ উত্থাপন কৰিছিল যে ৰাহুল গান্ধীয়ে এজন সাংসদক ঠেলা মাৰি দিছিল আৰু সেই সাংসদগৰাকী প্ৰতাপ সাৰংগীৰ ওপৰত পৰি যোৱাৰ ফলত তেৱোঁ পৰি […]

Continue Reading

ভিডিঅ’টোত বাংলাদেশৰ মুছলমান লোকে হিন্দু গাঁৱত আক্ৰমণ কৰা দেখা গৈছে নেকি? জানক সত্যতা।

অলপতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ পোছাক পৰিহিত এদল লোকে হাতে  হাতে লাঠী লৈ গছ-গছনি, জেওৰা আদি ধ্বংস কৰি গৈ আছে আৰু গৰু-ম’হ লৈ গৈছে। তদুপৰি খেতিপথাৰৰ ঠায়ে ঠায়ে ধোঁৱা ওলাই থকা দেখা গৈছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ আৰু তাত এনেদৰে মুছলমান লোকে হিন্দু গাঁৱত ধ্বংসলীলা […]

Continue Reading

পুৰণি সংগতিহীন ভিডিঅ’ ছিৰিয়াত শেহতীয়াকৈ খ্ৰীষ্টান ছোৱালীৰ অপহৰণৰ ঘটনা বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে সেনাবাহিনীৰ পোছাক পৰিহিত এজন লোকে এগৰাকী ছোৱালীক দাঙি লৈ গৈ আছে আৰু লগত আছে  সেনাবাহিনীৰ পোছাক পৰিহিত আন কেইজনমান লোক। দাবী কৰা হৈছে যে ছিৰিয়াৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী ছোৱালী এজনীক ইছলামিক জেহাদীয়ে এইদৰে অপহৰণ কৰি নিছে।  ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ছিৰিয়া দখল কৰাৰ […]

Continue Reading

জলন্ধৰৰ এক দুগ্ধ পামত সংঘটিত গৰুৰ ওপৰত অত্যাচাৰৰ ঘটনা বাংলাদেশৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কেইজনমান লোকে এটা গৰুক নিৰ্মমভাৱে লাঠীৰে প্ৰহাৰ কৰি আছে। প্ৰহাৰ কৰাৰ ফলত এটা সময়ত গৰুটো মাটিত বাগৰি পৰা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো বাংলাদেশৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এই দৈত্য দানৱক দমন কৰিবলৈ ঈশ্বৰ কেতিয়া জাগ্ৰত হ’ব !?? […]

Continue Reading

বাংলাদেশৰ তিনিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ সাম্প্ৰদায়িক দাবীৰে ভাইৰেল।

এদল লোকে হাতে হাতে লাঠী লৈ ইজনে আনজনক প্ৰহাৰ কৰা এক দৃশ্য শেহতীয়াকৈ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টো বাংলাদেশৰ বুলি দাবী কৰা হৈছে। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে বাংলাদেশৰ হিন্দুসকলক এনেদৰে অত্যাচাৰ কৰা হৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “লাইভ বাংলাদেশ ফাইল.. 😭😭😭 পেলেষ্টাইন’ৰ যিকোনো কথাটেই মুখৰ হোৱা ইক’ছিষ্টেম , ছেকুলাৰ […]

Continue Reading

অন্ধ্ৰ প্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড স্থায়ীভাৱে ভংগ কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ পৰিছে। এটা ফেচবুক পোষ্টত লিখা আছে এইদৰে,”চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ শাসনে সৃষ্টি কৰা ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰে।” Facebook Link | Archived Link  একেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব। Archived Link. আমি ফেক্ট […]

Continue Reading

পশ্চিমবঙ্গৰ ভিডিঅ’ বাংলাদেশৰ বুলি সাম্প্ৰদায়িক দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কিছুসংখ্যক লোকে  মা কালীৰ এক প্ৰতিমাৰ  ক্ষতিসাধন কৰি আছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”বাংলাদেশত উগ্ৰপন্থীয়ে ভাঙি লণ্ডভণ্ড কৰিলে মা কালিৰ প্ৰতিমা” Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

গোৰখপুৰৰ পুৰণি ভিডিঅ’ সম্ভলৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

উত্তৰ প্ৰদেশৰ সম্ভলৰ ষোল্ল শতিকাৰ জামা মছজিদত আদালতৰ নিৰ্দেশত হোৱা এক সমীক্ষাৰ পাছত যোৱা ২৪ নৱেম্বৰ, দেওবাৰে সম্ভলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পাছতে প্ৰতিবাদকাৰী দল এটাৰ ওপৰত পুলিচৰ লাঠী ছাৰ্জৰ এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া সম্ভলৰ শেহতীয়া ঘটনাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “জেহাদীবোৰক দীৰ্ঘদিনীয়া […]

Continue Reading

ৱাকফ ব’ৰ্ডৰ মাটিকালি পাকিস্তানৰ মুঠ মাটিকালিতকৈ বেছি নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

ৱাকফ (সংশোধনী) ২০২৪ক লৈ দেশত ৱাকফ ব’ৰ্ড সম্পৰ্কে বিতৰ্কৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহতো এই সম্পৰ্কে আলোচনা হোৱা দেখা গৈছে। এটা পক্ষই এই সংশোধনীৰ পক্ষ লৈছে আৰু আনটোৱে ইয়াৰ বিৰোধিতা কৰি দাবী কৰিছে যে ইয়াৰ ফলত ৱাকফ ব’ৰ্ডৰ ক্ষতি হ’ব। এই বিতৰ্কৰ মাজতে এটা ভাইৰেল ফেচবুক পোষ্টত দাবী কৰা হৈছে যে ৱাকফ ব’ৰ্ডৰ ৯.৯ লাখ […]

Continue Reading