ৰাহুল গান্ধীৰ এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ হায়দৰাবাদত কংগ্ৰেছ দলৰ নিৰ্বাচনী ঘোষণাপত্ৰ উন্মোচন কৰি ৰাহুল গান্ধীয়ে দিয়া এক ভাষণ ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা গৈছে,”আমি দেশৰ এক্স-ৰে কৰিম আৰু স্পষ্ট হ’ব — সংখ্যালঘুসকলে গম পাব যে দেশত তেওঁলোকৰ অংশ কি।” তাৰ পিছত তেওঁ কয় যে তেওঁলোকে ভাৰতৰ সম্পদ কোনটো গোটৰ হাতত আছে সেইটো জানিবলৈ বিত্তীয় […]

Continue Reading

এই ফটোখন ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ নহয়।

শেহতীয়াকৈ ডুবাইত হোৱা বানপানী সম্পৰ্কে চ’ছিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ফেচবুকত এখন ফটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “প্ৰকৃতিৰ লগত খেলা কৰাৰ শিক্ষা ডুবাইয়ে ভালকৈ পালে। বৰষুণ নহয় কাৰণে ডুবাইত cloud☁️ seeding কৰে, মানে আৰ্টিফিচিয়েল মেঘৰ সৃষ্টি কৰি বৰষুণ পেলাই। এইবাৰো কৰিছিল বহুত বাৰ cloud seeding.. তাৰ কেইদিনমান পিছত প্ৰকৃতিৰ এনেকুৱা […]

Continue Reading

পুৰণি ভিডিঅ’ ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ডুবাইত ২৪ ঘণ্টাৰ ভিতৰত ১৪২ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই পৰিপ্ৰেক্ষিতত চ’ছিয়েল মিডিয়াত বহু ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰিছে। ফেচবুকত তেনে ভিডিঅ’ শ্বেয়াৰ কৰি সেয়া ডুবাইত হোৱা বানপানীৰ দৃশ্য বুলি দাবী কৰা হৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত […]

Continue Reading

ডিপফেক কি আৰু কেনেকৈ চিনাক্ত কৰিব।

১৯ এপ্ৰিলৰ পৰা ভাৰতত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰেপৰা বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। চ’ছিয়েল মিডিয়াতো নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এনে সময়তে অভিনেতা আমিৰ খান আৰু ৰনৱীৰ সিঙৰ দুটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে চ’ছিয়েল মিডিয়াত। ভিডিঅ’ দুটাত আমিৰ খান আৰু ৰনৱীৰ সিঙে […]

Continue Reading

ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা শেহতীয়া যুদ্ধৰ দৃশ্য বুলি পুৰণি ভিডিঅ’ ভাইৰেল।

শেহতীয়াকৈ ইৰাণে ইজৰাইলৰ ওপৰত কৰা ড্ৰোণ আৰু ৰকেট আক্ৰমণৰ বিভিন্ন ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এনে সময়তে ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেপশ্বন লিখা আছিল এইদৰে, “ব্ৰেকিং ➡️ ❗ইৰাণ 🇮🇷 মাত্ৰ কেই ঘণ্টাৰ আগতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰাৰ সময়ত ইজৰাইলৰ লোহাৰ গম্বুজটো বিফল হৈ পৰিল। ➡️❗ইৰাণৰ পিছত য়েমেনে 🇾🇪 ইজৰাইলৰ ওপৰতো নিজৰ ড্ৰোন […]

Continue Reading

বিৰাট কোহলীৰ এই বলুকা ভাস্কৰ্য কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ এক বলুকা ভাস্কৰ্য, চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ধুনীয়া ভাস্কৰ্যটো এটা শিশুৱে সৃষ্টি কৰা বুলি দাবী কৰি চ’ছিয়েল মিডিয়াত ফটোসমূহ শ্বেয়াৰ কৰা হৈছে। এখন ফটোত ল’ৰাজনে হাতেৰে মূৰ্তিটোৰ আকৃতি দি থকাৰ বিপৰীতে আন এখন ছবিত ব্ৰাছেৰে ভাস্কৰ্যটোৰ কাম কৰি থকা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা […]

Continue Reading

এই ভিডিঅ’সমূহ সঁচাকৈয়ে ইজৰাইলৰ ওপৰত ইৰাণে কৰা আক্ৰমণৰ দৃশ্যৰ হয়নে?

শেহতীয়াকৈ ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন ফটো আৰু ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফেচবুকত এটা পোষ্টত তিনিটা ভিডিঅ’ আপলোড কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি […]

Continue Reading

২০২০ চনৰ ভিডিঅ’ শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বুলি ভাইৰেল।

যোৱা ৮ এপ্ৰিলত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ পাছত চ’ছিয়েল মিডিয়াত সূৰ্যগ্ৰহণ সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে এয়া দক্ষিণ আমেৰিকাত দেখা যোৱা সূৰ্যগ্ৰহণৰ দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে, ” চাউথ আমেৰিকাত লাইভ দেখিবলৈ পোৱা গ’ল এই বিৰল সূৰ্য গ্ৰহণৰ দৃশ্য।  অৱশেষত দেখিবলৈ পোৱা গ’ল সূৰ্য আৰু […]

Continue Reading

এই ভিডিঅ’টো ৰাজস্থানৰ নহয় বৰং দক্ষিণ আফ্ৰিকাৰহে।

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেইটামান চিতা বাঘ এজন ব্যক্তিৰ সৈতে শুই থকা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ৰাজস্থানৰ ছিৰোহীৰ পিপলেশ্বৰ মহাদেৱৰ মন্দিৰৰ। ইয়াৰ উপৰিও দাবী কৰা হৈছে যে মন্দিৰৰ পুৰোহিতজনে নাহৰফুটুকীৰ পৰিয়ালৰ সৈতে শুই থাকে, যাৰ বাবে চৰকাৰী বন্যপ্ৰাণী বিভাগে এই মুহূৰ্তটো বন্দী কৰিবলৈ চিচিটিভি কেমেৰা স্থাপন কৰিছিল। […]

Continue Reading

এই ভিডিঅ’টো শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ নহয়।

৮ এপ্ৰিল ২০২৪ ৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণক লৈ সমগ্ৰ বিশ্ব উৎসুক আৰু এনে সময়তে চ’ছিয়েল মিডিয়াত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত সাগৰতীৰত কিছুসংখ্যক লোকক হাতে হাতে ম’বাইল ফোন লৈ সূৰ্যৰ ফালে চাই থকা দেখা গৈছে আৰু কিছুসময়ৰ পাছতে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হোৱা দেখা গৈছে।  ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে,”সূৰ্যগ্ৰহণৰ ভয়ানক দৃশ্য মূহুৰ্ততে […]

Continue Reading