Fact Check: এই ভাইৰেল ফটোকেইখন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অৰ্ণৱ গোস্বামীক মাৰধৰ কৰা ফটো নহয়!

অসমৰ ছ’চিয়েল মিডিয়াত দুখন ফটো ভাইৰেল হৈ পৰিছে, য’ত দাবী কৰিছে যে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে ওলোটাকৈ ওলমাই লৈ লঠিয়াইছে, মাৰিছে।   দুগৰাকী ব্যক্তিক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত অভিযুক্ত কৰি বুধবাৰে মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজৰ জিম্মাত লৈছিল। ২০১৮চনৰ সেই গোচৰটো হৈ ইন্টেৰিয়ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকৰ মৃতদেহ তেওঁলোকৰ আলীগড়স্থিত […]

Continue Reading

FACT CHECK: গুৱাহাটীৰ কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্সে এখন থালিৰ দামত তিনিখন থালি দি থকা নাই।

কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্স নামৰ এটা ফেচবুক পেজে এখন প্ৰচাৰকামী পোষ্টাৰ পোষ্ট কৰিছিল,যত দাবী কৰা হৈছিল যে উল্লিখিত নম্বৰটোত অৰ্ডাৰ দিলে এখন থালি ক্ৰয় কৰিলে দুখন থালি বিনামূলীয়াকৈ প্ৰদান কৰিব।  একেই অফাৰ দিয়াৰ দাবীৰে তেওঁলোকৰ থালিৰ ফটোৰে সৈতে ফোন নম্বপ এটা উল্লেখ কৰি বিজ্ঞাপন হিচাপে এটা পোষ্টো শ্বেয়াৰ কৰা হৈছিল। লিখা হৈছিল “BUY 1 THALI […]

Continue Reading

Fact Check: ভাইৰেল হোৱা এই ফটোবোৰ অযোধ্যাৰ ৰাম মন্দিৰৰ নহয়!

অসমত দুখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে অযোধ্যাৰ নিৰ্মিয়মান ৰাম মন্দিৰৰ ফটো বুলি।  একেখিনি ফটোকে ২০২০ চনৰ ১ নবেম্বৰৰ সন্ধ্যা ৯:২০ বজাত GK Modi নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে শ্বেয়াৰ কৰিছে আৰু লিখিছেঃ “ৰাম মন্দিৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত “জয় শ্ৰী ৰাম”🙏🚩🚩🚩 Original Link- Facebook | Archived Link আমি এই তথ্য পোৱালৈ পোষ্টটোত ৪৬১বাৰ লাইক, ৩৬তা কমেন্ট […]

Continue Reading