FACT CHECK: বিয়াৰ দিনা গুটখা চোবাই থকাৰ বাবে কইনাই দৰাক মাৰপিট কৰা ভিডিঅ’টোৰ আঁৰৰ কাহিনী
বিভিন্ন সংবাদ মাধ্যমে এটা ভাইৰেল ভিডিঅ’ৰ ওপৰত ভিত্তি কৰি পৰিবেশন কৰা এটা বাতৰিত দাবী কৰা হৈছে যে এখন বিয়াত এজনী কইনাই গুটখা চোবাই থকা বাবে দৰাক মাৰপিট কৰিছে। বাতৰিসমুহ এটা ভাইৰেল ভিডিঅ’ সম্পৰ্কত ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টক কেন্দ্ৰ কৰি কৰা হৈছে। Facebook Post | Archived Link Facebook Post | Archived Link ভাইৰেল ভিডিঅ’টোত দেখা […]
Continue Reading