FACT CHECK: এইয়া তালিবানে হেলিকপ্টাৰ উৰুৱাই আফগান লোকক ফাঁচী দিয়াৰ দৃশ্য নহয়!
শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰিছে আৰু কেইবাটাও মূলসুঁতিৰ মিডিয়া সংস্থায়েও উক্ত ভিডিঅ’ প্ৰচাৰ কৰা দেখা গৈছে । উক্ত ভাইৰেল ভিডিঅ’টোত এজন লোকক এখন হেলিকপ্টাৰৰ পৰা ওলমি থকা দেখা গৈছে আৰু এই ভিডিঅ’টো আফগানিস্তানৰ কান্দাহাৰৰ হয় বুলি কোৱা গৈছে । দাবী কৰা গৈছে যে এইয়া শেহতীয়াকৈ আফগানিস্তান তালিবানে দখল কৰাৰ পাছত […]
Continue Reading