নিৰ্ভয়া হেল্প লাইন নম্বৰ ‘৯৮৩৩৩১২২২২’ ২০১৮ চনতে বন্ধ কৰি দিয়া হৈছিল

যিসময়ত তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গৈছে, সেইসময়ত নিৰ্ভয়া হেল্প লাইন নম্বৰ বুলি এক বিশেষ ফোন নম্বৰ ছচিয়েল মিডিয়া যেনে ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল হৈ পৰিছে । অসমতো ২০১৭ আৰু ২০১৮ চনৰ উক্ত ফোন নম্বৰটো শ্বেয়াৰ কৰা পুৰণা ফেচবুক […]

Continue Reading