এই ভিডিঅ’টোত দেখা মহিলাগৰাকীক হামাছে অপহৰণ কৰিছিলনে?

সাক্ষাৎকাৰৰ সময়ত এগৰাকী মহিলাই কান্দি কান্দি এটা বেদনাদায়ক অভিজ্ঞতাৰ কথা কোৱাৰ ভিডিঅ’ সম্প্ৰতি চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই মহিলাগৰাকী এগৰাকী ইজৰাইলী মহিলা যাক হামাছে বন্দী কৰি নিজৰ সন্তানৰ মাংস খুৱাইছিল। ভিডিঅ’টো শ্বেয়াৰ কৰি চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে হামাছৰ সন্ত্ৰাসবাদীয়ে এই ইজৰাইলী মহিলাগৰাকীক অপহৰণ কৰি বলপূৰ্বকভাৱে ১ […]

Continue Reading

FACT CHECK: চিৰিয়াৰ পুৰণি ভিডিঅ’ এটা শেহতীয়াভাৱে আফগানিস্থানত তালিবানে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

যোৱা দেওবাৰে ভাৰতবৰ্ষই ৭৫সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ সময়তে তালিবানে আফগান ৰাজধানী কাবুলত বলপূৰ্বক প্ৰৱেশ কৰি ৰাষ্ট্ৰপতি আশ্ৰাফ গনিক পলায়ন কৰিবলৈ বাধ্য কৰায়।  কাবুলৰ এই অৱস্থাৰ পিছত, ছোচিয়েল মিডিয়াত আমনিদায়ক উপাদানৰ পয়োভৰ দেখাপোৱা গৈছে। তেনেকুৱা কিছুমান ভিডিঅক পুৰণি ভিডিঅ বুলি ফেক্ট ক্ৰেছেণ্ডোৱে সত্যতা নিৰূপন কৰি থৈছে।  তেনেকুৱা এটা ভিডিঅ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যত […]

Continue Reading