বাংলা চিনেতাৰকা দেৱ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হোৱা নাছিল। মিছা দাবী এয়া।  

শেহতীয়াকৈ অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে যোৱা ২৭ চেপ্তেম্বৰ,২০২৫ত ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখাৰ ধৰণে বাংলা চিনেমা জগতৰ তাৰকা অভিনেতা দেৱ আহি উপস্থিত হৈছিলহি সদ্য দেৱংগত জুবিন গাৰ্গৰ গুৱাহাটীস্থিত বাসগৃহত। জুবিন গাৰ্গৰ দেহাৱসানৰ ৭টা দিন পাছত দেৱ আহি উপস্থিত হোৱা বুলি টেক্সট ওভাৰলে(Text Overlay) কৰি উল্লেখ কৰাৰ উপৰিও ভিডিঅ’ত থকা পাৰ্শ্বকণ্ঠতো উল্লেখ […]

Continue Reading

এয়া ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ দৃশ্য নহয়। এয়া ‘চিকাৰ’ চিনেমাখনৰহে দৃশ্য।

শেহতীয়াকৈ অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে যোৱা ৬ অক্টোবৰ ২০২৫ত ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ অভিনীত মুক্তি আসন্ন চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ দৃশ্য বুলি দাবী কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ […]

Continue Reading

এয়া জুবিন গাৰ্গ নহয়। সেইটো আচলতে LUCAS3 নামৰ এটা কৃত্ৰিম চিপিআৰ যন্ত্ৰৰ প্ৰদৰ্শনমূলক ভিডিঅ’হে।

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইউটিউৱ আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ৰ বা তাৰ পাছৰ বুলি দাবী কৰা দেখা গৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে এটা কৃত্ৰিম চিপিআৰ যন্ত্ৰৰ জৰিয়তে এগৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে। ভিডিঅ’টোৰ পাৰ্শ্বপটত জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটি শুনা হৈছে আৰু জুবিন গাৰ্গৰ কণ্ঠ […]

Continue Reading

এয়া জুবিন গাৰ্গ নহয়। নেপালৰ গণঅভ্যুথানৰ সময়ৰ এখন হাস্পতালৰ দৃশ্য এয়া। 

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইউটিউৱ আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ৰ বা তাৰ পাছৰ বুলি দাবী কৰা দেখা গৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে কোনো এগৰাকী ৰোগীক এখন হাস্পতালত চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে চিপিআৰ আছে আৰু প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে। সামাজিক মাধ্য়মৰ পোষ্টেৰে সেই ব্যক্তিগৰাকী জুবিন গাৰ্গ বুলি […]

Continue Reading

এয়া জুবিন গাৰ্গ নহয়। এয়া কেৰালাৰ ফাডাৰ জলী  থাপালোদথৰ নশ্বৰদেহৰ ভিডিঅ’।  

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইউটিউৱ আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ পাছৰ বুলি দাবী কৰা দেখা গৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে এটা কাঁচৰ কফিনৰ ভিতৰত এটা নশ্বৰদেহ থৈ দিয়া হৈছে আৰু বহুলোকে মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। বিভিন্নজনে কান্দিছে আৰু ফুলৰ থোৰা দি শেষ শ্ৰদ্ধা নিবেদন কৰিছে। কাঁচৰ কফিনটোত থকা […]

Continue Reading

২০২২ চনৰ পুৰণা ভিডিঅ’কো গুৱাহাটীৰ ডন বস্ক’ ইউনিভাৰ্চিটীত অজগৰ ওলোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ যোৱা ১ জুনত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ভিতৰৰ পথেৰে নিশাৰ ভাগত এডাল প্ৰকাণ্ড অজগৰ সাপ পাৰ হৈ যোৱা বুলি দাবী কৰা হৈছিল।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

বিভিন্ন পুৰণি আৰু সংগতিহীন দৃশ্যকে ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি বিগত সময়চোৱাত প্ৰচাৰ কৰা হৈছিল। 

চলিত মাহৰ ৬ তাৰিখে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰাৰ লগে লগেই সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ সেই অপাৰেচনৰ বুলি দাবী কৰি প্ৰচাৰ হোৱা আৰম্ভ হৈছিল। আনকি কোনো কোনো সংবাদ প্ৰতিষ্ঠানেও কিছুমান ভিডিঅ’ অপাৰেচন সিন্দূৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছিল। আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই তেনেকুৱা বহুসংখ্যক ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি সেই ভিডিঅ’বোৰনো প্ৰকৃততে […]

Continue Reading

HMPV কি? ইয়াৰ লক্ষণ কি,চিকিৎসা কি, কিদৰে প্ৰতিৰোধ কৰিব পাৰি আদি সামৰি এক সামগ্ৰিক আলোচনা। 

প্ৰস্তাৱনা হিউমেন মেটানিউমোভাইৰাছ চমুকৈ HMPV হৈছে বৰ্তমান বিশ্বব্যাপী স্বীকৃত শ্বাস-প্ৰশ্বাসজনিত এক ভাইৰাছ যিয়ে শেহতীয়াকৈ চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ হোৱাৰ বাতৰি বিয়পি পৰাৰ পাছত ব্যাপক চৰ্চা লাভ কৰিছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ নিয়মীয়া পৰ্যবেক্ষণত শেহতীয়াকৈ আমাৰ দেশৰ কৰ্ণাটকত এইচএমপিভিৰ দুটা ৰোগী ধৰা পৰিছে। তদুপৰি অন্য একাধিক ৰাজ্যৰ পৰাও ইয়াৰ প্ৰদুৰ্ভাৱৰ খবৰ আহিছে। আমাৰ এই আলোচনাত […]

Continue Reading

উত্তৰ প্ৰদেশৰ বাৰানসীত একেলগে ৩৫গৰাকী অবিবাহিতা যুৱতী গৰ্ভৱতী হৈ পৰা খবৰটো সত্য নহয়। এয়া চৰকাৰী এটা বিভাগৰ ভুলৰ বাবে হোৱা এক কাণ্ড।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন বিশেষ ফটো বিয়পি পৰিছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগতভাৱে বিভিন্ন ব্যৱহাৰকাৰীলৈ সেই ফটোখন প্ৰেৰণ কৰি দাবী কৰা হৈছে যে উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ ৩৫গৰাকী অবিবাহিতা যুৱতী একেলগেই গৰ্ভৱতী হৈছে আৰু তাকে লৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।  আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই একেখন ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী […]

Continue Reading

পুৰণি আৰু সম্পৰ্কহীন ফটোৰ ক’লাজেৰে দাবী কৰা হৈছে যে সেয়া লেবাননত সংঘটিত হোৱা চোলাৰ পেনেল বিষ্ফোৰণৰ দৃশ্য।

শেহতীয়াভাবে দুখন ফটোৰৈ সৈতে এখন ক’লাজ অসমত ভাইৰেল হৈছে এই দাবীৰে যে সেয়া লেবাননৰ দৃশ্য় আৰু লেবাননত তেনেকৈ চোলাৰ পেনেলত বিষ্ফোৰণ ঘটি একোটা ঘৰ জ্বলি গৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ক’লাজখন প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী উত্থাপন কৰিছিল। Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading