পুৰণি অপ্ৰাসংগিক ফটো শিৱসাগৰৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

উজনি অসমৰ কেইবাখনো জিলাত বান পৰিস্থিতিয়ে শেহতীয়াকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই পৰিপ্ৰেক্ষিতত ডিঙিলৈকে বুৰ যোৱা পানীত এজন ব্যক্তিৰ দুটি শিশুৰ সৈতে এখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া শিৱসাগৰৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ […]

Continue Reading