ভাইৰেল ভিডিঅ’টো এয়াৰ হোষ্টেছ অশিন মাগৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভিতৰৰ পৰা কৰা অন্তিম ভিডিঅ’ নহয়

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে।  ইয়াৰ পিছতে এটা বিশেষ ভিডিঅ’চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টো হ’ল বিমানখনৰ ভিতৰত এয়াৰ হোষ্টেছ অশিন মাগৰে বনোৱা এটা টিকটক ভিডিঅ’। দাবী কৰা হৈছে যে এই ভিডিঅ’টো এয়াৰ হোষ্টেছগৰাকীয়ে দুৰ্ঘটনাগ্ৰস্ত […]

Continue Reading

সঁচাকৈ টিকটক এপ্পটো আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে নেকি আৰু ভাৰততো অচিৰেই নিষিদ্ধ কৰা হব নেকি?

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ জনপ্ৰিয় ছচিয়েল মিডিয়া এপ্প টিকটক আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে আৰু ভাৰততো অচিৰেই এই এপ্পটোক নিষিদ্ধ কৰা হব বুলি ছচিয়েল মিডিয়াত বিভিন্ন পোষ্ট/ফটো/ভিদিঅ’ ভাইৰেল হৈ পৰিছে । অসমতো এই ধৰণৰ ছচিয়েল মিডিয়া পোষ্ট ভাইৰেল হব ধৰিছে ।  মানস মৰম নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা এনেধৰণৰ এক পোষ্ট ৫ মে’, […]

Continue Reading