জন্তৰ-মন্তৰত ‘নাৰা-এ-তকবীৰ’ বুলি ইছলামিক শ্লোগান দিয়া দাবীটো বিভ্ৰান্তিকৰ।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত যোৱা ২৩ জুলাই, ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া শেহতীয়াকৈ জন্তৰ-মন্তৰত হোৱা চিজেপিৰ আন্দোলনত একাংশ মুছলমান প্ৰতিবাদকাৰীয়ে ইছলামিক ‘নাৰা-এ-তকবীৰ’ শ্লোগান দিয়া দৃশ্য। পোষ্টটোত লিখিছে– জন্তৰ মন্তৰত ইছলামীয় জেহাদী শক্তিৰ শ্লগান…… Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]
Continue Reading
