সামৰিক পোছাক পিন্ধা মহিলাগৰাকী সীমা হাইদৰ হয়নে?

পাকিস্তানৰ পৰা নেপাল হৈ আহি ভাৰতত প্ৰবেশ কৰা সীমা হাইদৰৰ কাহিনী বৰ্তমান বহুল ভাবে চৰ্চিত। এই সম্পৰ্কে বহু ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ সীমা হাইদৰ বুলি পাকিস্তানী সেনাৰ পোছাক পৰিধান কৰা এগৰাকী মহিলাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইউনিফৰ্ম পৰিহিত মহিলাগৰাকী সীমা হাইদৰ বুলি দাবী কৰা হৈছে। কোৱা হৈছে যে তেওঁ […]

Continue Reading