ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশৰ সকলোঁ হোটেল, ৰেস্তোৰাঁ আৰু ৰিজৰ্ট ১৫ অক্টোবৰ লৈকে বন্ধ থাকিব নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৮৮ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু ১৫ লাখ মান মানুহ আক্রান্ত […]

Continue Reading