আইছিছৰ শিবিৰৰ পৰা ছিৰিয়াৰ ৱাইপিজেয়ে কৰা উদ্ধাৰ অভিযান আমেৰিকাৰ সৈন্যবাহিনীৰ অভিযান বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত‌ দেখা গৈছে যে কোনো এক শিবিৰত কেইগৰাকীমান মহিলাক শিকলিৰে বান্ধি থোৱা হৈছে আৰু সৈন্যবাহিনীৰ লোকে তেওঁলোকক উদ্ধাৰ কৰিছে। ভিডিঅ’টোত মহিলা আৰু পুৰুষ সৈন্যক দেখা গৈছে। দাবী কৰা হৈছে যে আইচিচ (ISIS)ৰ শিবিৰত এইদৰে ৩৮ গৰাকী ছোৱালীক যৌনদাসী হিচাপে বন্দী কৰি ৰখা হৈছিল আৰু আমেৰিকাৰ সৈন্যবাহিনীয়ে তেওঁলোকক উদ্ধাৰ কৰে। […]

Continue Reading

হালধীয়া ৰঙৰ কাছটো নেপালৰ মিথিলাত উদ্ধাৰ হোৱা নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল এক হালধীয়া ৰঙৰ কাছৰ। দাবী কৰা হৈছে যে এই কাছটো উদ্ধাৰ হৈছে নেপালৰ মিথিলাত। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ।  আমি ২০২০ চনৰ অক্টোবৰ মাহৰ ৩০ তাৰিখে […]

Continue Reading