দিল্লীত ইভিএমৰ বিৰুদ্ধে চলা পুৰণি আন্দোলনৰ এটা ভিডিঅ’ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সৈতে সংযোগ কৰি বিভ্ৰান্তিকৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে।
শেহতীয়াভাবে অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মাজত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। কোনো এক স্থানৰ প্ৰতিবাদৰ ভিডিঅ’ মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা নিৰ্বাচনত ব্যৱহৃত ইভিএমৰ বিৰুদ্ধে ৰাইজে উলিওৱা প্ৰতিবাদ বুলি দাবী কৰি সেই ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে। আমালৈয়ো সেই ভিডিঅ’টো আহি পৰিছে। Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]
Continue Reading