প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগপতি আদানীৰ পত্নীক মূৰ দোঁৱাই সেৱা কৰা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো ফেচবুকৰ জৰিয়তে অসমত ভাইৰেল হৈ পৰিছে । ফটোখনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এগৰাকী মহিলাক মূৰ দোঁৱাই সেৱা কৰা দেখা গৈছে । দাবী কৰা হৈছে যে উক্ত মহিলা গৰাকী উদ্যোগপতি আদানীৰ পত্নী হয় । দেশৰ প্ৰধানমন্ত্ৰী এজনে এইদৰে উদ্যোগপতিৰ পত্নীক মূৰ দোঁৱাই সেৱা কৰিবলগীয়া হৈছে বুলি […]

Continue Reading