ইণ্ডিগো বিমানৰ ভিতৰৰ পুৰণি দৃশ্য এটা এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত 171বিমানখনৰ বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ 171 বিমানখনৰ ভিতৰৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- AI 171 বিমানখন crash হোৱাৰ প্ৰাক মুহূৰ্তৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতিৰ অনুসন্ধানৰ আৰম্ভণীতে […]

Continue Reading

য়েটি এয়াৰলাইঞ্চৰ বিমান দুৰ্ঘটনাৰ পুৰণি ভিডিঅ’ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

২০২৫ চনৰ ১২ জুনত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদ-লণ্ডন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’ য’ত দেখা গৈছে যে এজন যাত্ৰীয়ে বিমানত বহি থকা অৱস্থাত ভিডিঅ’ ৰেকৰ্ডিং কৰি আছে আৰু ভিডিঅ’টো শেষৰফালে অস্পষ্ট আৰু অস্থিৰ হৈ পৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি […]

Continue Reading

লেবাননৰ পুৰণি ভিডিঅ’ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত আহমেদাবাদৰ চিকিৎসালয়খনৰ চিচিটিভি ফুটেজ বুলি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।ভিডিঅ’টোত দেখা গৈছে পাৰ্কিং এলেকাত বিস্ফোৰণ আৰু এটা অট্টালিকাৰ চিলিং আৰু অন্যান্য অংশৰ ক্ষতি হোৱাৰ চিচিটিভি ফুটেজ। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল […]

Continue Reading

২০২৩ চনৰ জানুৱাৰীত পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’কে ত্ৰিভুৱন বিমান বন্দৰৰ শেহতীয়া দুৰ্ঘটনাৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক বিমান দুৰ্ঘটনাৰ ৭ চেকেণ্ডৰ ভিডিঅ’টো অতি শেহতীয়াকৈ যোৱা ২৪ জুলাই ২০২৪ত নেপালৰ ত্ৰিভূৱন বিমান বন্দৰত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’ বুলি দাবী কৰি হোৱাটছএপৰ জৰিয়তে অসমত বিয়পাই দিয়া হৈছে। বিভিন্নজনে সেই ভিডিঅ’টো হোৱাটছযোগে ইজনৰ পৰা সিজনলৈ প্ৰেৰণ কৰিছে। আমালৈয়ো তেনেকৈ সেই ভিডিঅ’টো আহি পৰিছে।  তদুপৰি আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈয়ো […]

Continue Reading