অঞ্জনা ওম কাশ্যপৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান দিয়া এই ভিডিঅ’কেইটাৰ কাশ্যপে শেহতীয়াকৈ অনলাইন শিক্ষাদান কৰা শিক্ষক সন্দৰ্ভত কৰা মন্তব্যৰ সৈতে সম্পৰ্ক নাই।

শেহতীয়াকৈ সাংবাদিক অঞ্জনা ওম কাশ্যপে অনলাইন শিক্ষাদান কৰা শিক্ষকৰ এটা অংশক সমালোচনা কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁলোকৰ বহুতেই প্ৰকৃত জ্ঞান আৰু পাঠদানতকৈ ভিউজ আৰু  দৰ্শক আকৰ্ষণ কৰাত বেছি গুৰুত্ব দিয়ে বুলিও কয় সাংবাদিকগৰাকীয়ে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে তেওঁৰ এই ভিডিঅ’ আৰু অনলাইন শিক্ষাদান কৰা শিক্ষকসকলৰ ওপৰত কৰা মন্তব্যৰ বাবে মানুহে তেওঁক সমালোচনা কৰে। এই […]

Continue Reading