এই ভিডিঅ’টো তামিলনাডুৰ চেন্নাইৰ নহয়

অলপতে এটা ভিডিঅ’ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ ফ’ৰৱাৰ্ড কৰা হৈছিল। “তামিলনাডুৰ চেন্নাইত কি ঘটনা ঘটি আছে” – এইদৰে আমালৈ ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে তিনিজন মাস্ক পৰিহিত মানুহে এজন ব্যক্তিক  আক্ৰমণ কৰিছে আৰু ব্যক্তিজন দৌৰি পলাইছে। Archived Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ […]

Continue Reading

এই ভিডিঅ’টো সঁচাকৈয়ে তামিলনাডুৰ হয়নে?

শেহতীয়াকৈ তামিলনাডুত উত্তৰ ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত সংঘটিত হিংসাত্মক কাৰ্য্য হিচাপে দুষ্কৃতিকাৰীয়ে বহু মিছা ভিডিঅ’ প্ৰচাৰ কৰিছে। তামিলনাডু আৰক্ষীয়ে এই ভিডিঅ’সমূহক ৰাজ্যখনৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ মাজত বিয়পি পৰা মিছা অপপ্ৰচাৰৰ অংশ বুলি অভিহিত কৰিছে। তামিলনাডুত উত্তৰ ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত আক্ৰমণৰ উৰাবাতৰি আৰক্ষীয়ে খাৰিজ কৰি প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ হেল্পলাইন তৈয়াৰ কৰিছে। আৰক্ষীৰ পৰা স্পষ্টীকৰণ আৰু […]

Continue Reading