প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন’বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হৈছে নেকি?
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন’বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হোৱা বুলি এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত শ্বেয়াৰ হৈছে। ন’বেল শান্তি বঁটা কমিটিৰ ডেপুটি লীডাৰ এচলে টোজেৰ এক সাক্ষাৎকাৰৰ উদ্ধৃতি দি টাইমছ নাও নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে বাতৰি পৰিৱেশন কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ন’বেল শান্তি বঁটাৰ বাবে এগৰাকী ডাঙৰ প্ৰতিদ্বন্দীৰ অন্যতম। আমাৰ হোৱাটচএপ নম্বৰলৈও একেটা ভিডিঅ’ […]
Continue Reading