‘মটৰ ইন্সুৰেন্স ক্লেইম’ৰ বাবে বৈধ প্ৰদূষণ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰা হোৱা নাই!
সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল বাৰ্তাটোত দাবী কৰা হৈছে যে যদি কোনো মটৰ বাহনৰ প্ৰদূষণ প্ৰমাণপত্ৰৰ বৈধতাৰ দিন উকলি গৈছে আৰু উক্ত বাহনখনৰ কোনো দুৰ্ঘটনা হয় তেন্তে বীমা কোম্পানীয়ে দুৰ্ঘটনাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বীমা সুৰক্ষা প্ৰদান নকৰে । ইঞ্চুৰেঞ্চ ৰেগুলেটৰি এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া’য়ে (IRDAI) […]
Continue Reading