কিহৰ বাবে আজি ছাহাৰা মৰুভূমিতো বানপানী হৈছে। বিশ্বৰ বতৰ পৰিৱৰ্তনৰ কাৰক আৰু বিৰূপ প্ৰভাৱৰ পৰা পৰিত্ৰানৰ উপায় সম্পৰ্কত আমাৰ এক বিশ্লেষণাত্মক লেখা।
শেহতীয়াভাবে বিশ্বৰ সৰ্ববৃহত মৰুভূমি ছাহাৰাত হোৱা বানপানীৰ বাতৰিয়ে বিশ্বৰ দৃষ্টি আকৰ্শন কৰায়ে নহয়, বহুলোকক চিন্তিতও কৰি তুলিছে। কাৰণ পৰিবেশতন্ত্ৰৰ পৰিৱৰ্তনৰ বাবে এইদৰে এখন মৰুভূমি প্লাৱিত হৈ পৰাটো বিশ্বৰ আগশাৰীৰ পৰিবেশবিদসকলৰ বাবে এক চিন্তাৰ কাৰণ। মৰক্কোত দুদিন ধৰি হোৱা বৰষুণৰ বাবে এইদৰে ছাহাৰা মৰুভূমিৰ বিস্তিৰ্ণ এলেকা প্লাৱিত হৈ পৰা দেখা গৈছে। অসমৰ সংবাদ মাধ্যমতো সেই বাতৰিয়ে […]
Continue Reading