এইখন তেলেংগানাৰ বলাতকাৰ ঘটনাৰ অভিযুক্তক পুলিচে পিটি থকা ফটো নহয়!

শেহতীয়াকৈ তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গৈছে । চাৰি অভিযুক্তই যুৱতী গৰাকীৰ গাড়ীৰ চকা ফুটাৰ পাছত সহায় কৰাৰ চলেৰে কাষলৈ আহি পাছত আক্ৰমণ কৰে ।  ইয়াৰ মাজতেই, এখন ফটো সমগ্ৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত এজন মানুহক কেইজনমান পুলিচে […]

Continue Reading