দিল্লীৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় ফলাফলৰ পাছত মনোজ তিৱাৰীয়ে এক সাক্ষাৎকাৰৰ সময়ত এই দৰেই কান্দি উঠিছিল নেকি?
শেহতীয়াকৈ ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলে বিজেপিক বাৰুকৈয়ে অস্বস্তিত পেলাইছে । বিশেষকৈ দিল্লী বিজেপি প্ৰধান মনোজ তিৱাৰীয়ে বাৰুকৈ লাজ পাইছে । মিডিয়া ৰিপৰ্ট কিছুমানৰ মতে বিজেপিৰ দিল্লী নিৰ্বাচনৰ শোচনীয় ফলাফলৰ বাবে তিৱাৰীয়ে আনকি পদত্যাগ কৰাৰো প্ৰস্তাৱ দিছে । এইখিনি সময়তে ছচিয়েল মিডিয়াত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত তিৱাৰীক এক সাক্ষাৎকাৰৰ সময়ত আবেগিক হৈ […]
Continue Reading