ফিলিপাইনছৰ মাণ্ডাউ চহৰত সংঘটিত অগ্নিকাণ্ডৰ এক পুৰণি ভিডিঅ’ শেহতীয়াকৈ দিল্লীৰ মালব্য নগৰৰ হোটেলত হোৱা অগ্নিকাণ্ডৰ দৃশ্য বুলি ভাইৰেল।

২০২৬ চনৰ ৩ জুনত দিল্লীৰ মালব্য নগৰ অঞ্চলৰ এখন হোটেলত অগ্নিকাণ্ড সংঘটিত হৈ ২১ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে ১২ জন বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হৈছে। কমেও ৫৮ জন লোকক উদ্ধাৰ কৰি ওচৰৰ মেক্স হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰকাৰী দল অহাৰ পূৰ্বেই স্থানীয় লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই পটভূমিত ডাঠ ধোঁৱা আৰু জুইৰ […]

Continue Reading

ত্ৰিপুৰাৰ পুৰণি ভিডিঅ’ দিল্লীৰ বৰ্ণ বৈষম্যমূলক অপৰাধৰ ঘটনাৰ সৈতে সম্পৰ্কিত কৰি শ্বেয়াৰ কৰা হৈছে।

শেহতীয়াকৈ নতুন দিল্লীৰ মালভিয়া নগৰত বাস কৰা অৰুণাচল প্ৰদেশৰ তিনিগৰাকী যুৱতীৰ ওপৰত বৰ্ণ বৈষম্যমূলক আচৰণ কৰা আৰু আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত দিল্লী আৰক্ষীয়ে অভিযুক্ত দম্পতীক গ্ৰেপ্তাৰ কৰিছে। এই পটভূমিত এজন পুৰুষ আৰু এগৰাকী মহিলাক আৰক্ষীৰ জিম্মাত লৈ গৈ থকা এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া অৰুণাচল প্ৰদেশৰ যুৱতীৰ বৰ্ণ বৈষম্যমূলক […]

Continue Reading