আৰ এছ এছৰ কৰ্মীসকলে কৰা উদ্ধাৰ অভিযানৰ পুৰণি ফটো ৱায়ানাডৰ শেহতীয়া পৰিস্থিতিৰ সৈতে জড়িত বুলি ভাইৰেল।

কেৰেলাৰ ৱায়ানাডত যোৱা ৩০ জুলাইত হোৱা ভূমিস্খলনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছে আৰু বহুতো লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। চৰকাৰৰ লগতে বিভিন্ন দল- সংগঠন উদ্ধাৰ আৰু সাহাৰ্য অভিযানত জড়িত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত কেইখনমান বিশেষ ফটোৰ এখন ক’লাজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত কিছু লোকে সাহাৰ্য বিতৰণ কৰা আৰু বানাক্ৰান্ত এলেকালৈ যোৱা দেখা গৈছে। […]

Continue Reading

এই ভিডিঅ’টো হিমাচল প্ৰদেশৰ শেহতীয়া ভূমিস্খলনৰ নহয়।

হিমাচল প্ৰদেশত অব্যাহত আছে প্ৰকৃতিৰ বিধ্বংস। বানপানী আৰু বৰষুণৰ ফলত সকলোতে দেখা গৈছে ধ্বংসলীলাৰ দৃশ্য। শেহতীয়া আপডেট অনুসৰি হিমাচল প্ৰদেশত বৰষুণৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ১৭ জুলাইলৈকে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ২০১৩ চনত উত্তৰাখণ্ডত হোৱা কেদাৰনাথ দুৰ্যোগৰ অৱস্থাৰ দৰেই এই অৱস্থা। অৱশ্যে ইয়াৰ মাজতে এনে বহু পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ […]

Continue Reading

এইটো শেহতীয়াকৈ গুৱাহাটী-শ্বিলং ৰোডত হোৱা ভূমিস্খলনৰ ভিডিঅ’ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ফেচবুকত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত এটা ব্যস্ত ৰাজপথৰ ওপৰত এক প্ৰকাণ্ড ভূমিস্খলন হৈ পাহাৰীয়া মাটি খহি পৰা দেখা গৈছে । বিভিন্নজনে দাবী কৰিছে যে ভিডিঅ’টোত দেখা পোৱা পথটো গুৱাহাটী-শ্বিলং ৰোড হয় আৰু এই ঘটনাটো শেহতীয়াকৈ হোৱা নেৰানেপেৰা বৰষুণ আৰু পাহাৰ কাটি পথ নিৰ্মাণৰ ভয়ংকৰ পৰিণতি […]

Continue Reading