এইখন শেহতীয়াকৈ লাডাখত চীন-ভাৰত সংঘৰ্ষত মৃত্যুবৰণ কৰা চীনা সৈন্যৰ তালিকা নহয়!
ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে । সংঘৰ্ষত চীনৰ ফালৰ সৈন্যৰ হতাহতিৰ বিষয়ে কোনো তথ্য বৰ্তমানলৈকে ৰাজহুৱা কৰা হোৱা নাই । এনে সময়তে ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন […]
Continue Reading