সিন্ধু জল সন্ধি (Indus Waters Treaty)ঃ অতীত আৰু বৰ্তমান

প্ৰস্তাৱনা যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে ৬৫ বছৰীয়া সিন্ধু জল সন্ধি (Indus Waters Treaty) স্থগিত ৰাখে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বিধানসভাৰ এক বিশেষ অধিৱেশনত কয়, ‘এয়া কেৱল এখন ৰাজ্যৰ লোকৰ ওপৰত আক্ৰমণ নাছিল — ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছিল।এই আক্ৰমণৰ ফলত সমগ্ৰ ভাৰতৰ পৰা, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে, কেৰালাৰ […]

Continue Reading

ভূপালৰ তৃতীয় আৰু চতুৰ্থ বেগম নবাব বেগম ছাহ-জাহান আৰু বেগম চুলতান জাহানৰ ফটোকে বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজৰ ফটো বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে দুখনকৈ ফটো একেলগে আপলোড কৰি সেয়া মোগল বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজ বুলি দাবী কৰিছিল। পোষ্টবোৰত দুখন ভিন্ন ফটো দেখা গৈছে। ভিন ভিন কেপছনেৰে ব্যৱহাৰকাৰীসকলে সেয়া মমতাজ, যাৰ স্মৃতিত ছাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল, বুলি দাবী কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।  Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link […]

Continue Reading

বাংলাদেশৰ বাবে ভাৰতৰ ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা প্ৰত্যাহাৰ সন্দৰ্ভত এক ব্যাখ্যাত্মক লেখা।

পাতনি আমাৰ দেশ ভাৰতবৰ্ষই বাংলাদেশক ভাৰতীয় স্থল শুল্ক ষ্টেচনৰ জৰিয়তে তৃতীয় দেশলৈ সামগ্ৰী ৰপ্তানি কৰাৰ অনুমতি দিয়া ট্ৰেন্সশ্বিপমেণ্ট ফেচিলিটি বাতিল কৰিছে। বাংলাদেশৰ ৰপ্তানি সামগ্ৰীৰ বাবে ভাৰতে এটা গুৰুত্বপূৰ্ণ ট্ৰেন্সশ্বিপমেণ্ট সুবিধা প্ৰত্যাহাৰ কৰিছে, যাৰ ফলত চুবুৰীয়া দেশখনৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব পাৰে। আমাৰ আজিৰ এই লেখাত এই পৰিস্থিতি আৰু ইয়াৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে কিছু কথা লিখা […]

Continue Reading

সুনীতা উইলিয়ামছৰ ভাৰত ভ্ৰমণৰ সময়ৰ পুৰণি ভিডিঅ’ আমেৰিকাৰ সংবাদমেলৰ বুলি ভাইৰেল।

শেহতীয়াকৈ সুনীতা উইলিয়ামছৰ এক সংবাদ মেলৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত সুনীতা উইলিয়ামছে ভাগৱত গীতা আৰু উপনিষদৰ বিষয়ে কোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া সুনীতা উইলিয়ামছৰ আমেৰিকাৰ এক সংবাদ মেলৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বিজ্ঞানৰ দুই এটা সূত্ৰ মুখস্থ কৰি নিজকে বৈজ্ঞানিক বুলি ভাবি লৈ ধৰ্মক উপলুঙা […]

Continue Reading

হাৰিয়ানাৰ নৃত্যশিল্পী পলক চাইনীৰ এটা ভিডিঅ’ স্বামীহন্তা মুস্কান ৰস্তোগীৰ বুলি মিছা দাবীৰে প্ৰচাৰ।  

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অলপতে চাহিল নামৰ নিজৰ পৰকীয়া প্ৰেমিকৰে মিলি নিজৰ স্বামী সৌৰভক হত্যা কৰি ১৫টুকুৰাকৈ কাটি পেলোৱা মুস্কান ৰস্তোগীৰ নৃত্যৰত ভিডিঅ’। স্বামীক হত্যা কৰি মুস্কানে এইদৰে নৃত্য কৰা বুলি দাবী কৰি লিখিছেঃ- কেনেকৈ সম্ভৱ বাৰু? নিজৰ গিৰিয়েক সৌৰভক পৰকীয়া প্ৰেমিক চাহিলৰ লগ লাগি হত্যা কৰি […]

Continue Reading

লক্ষ্নৌৰ ছাৰবাগ ৰেল ষ্টেছনৰ ২০২২চনৰে পুৰণি ভিডিঅ’ এটা অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ শেহতীয়া দৃশ্য বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি সেয়া অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে এগৰাকী খাকী পোচাকধাৰীৰ সৈতে দুগৰাকী পুৰুষ-মহিলাৰ হতাহতি লাগিছে। মহিলাগৰাকীয়ে চেণ্ডেলেৰে খাকী পোচাকধাৰী গৰাকীক প্ৰহাৰ কৰিছে আৰু পুৰুষগৰাকীয়েও তেওঁৰ সৈতে মাৰপিটত লিপ্ত হৈছে। খাকী পোচাকধাৰীগৰাকীয়েও দুয়োকে প্ৰহাৰ কৰিছে। পোষ্টটোত সেই পুৰুষ-মহিলাহালক এক দম্পতী […]

Continue Reading

ইণ্ডোনেছিয়াৰ এখন পাৰ্কৰ ভিডিঅ’ উত্তৰাখণ্ডৰ মছজিদ ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।

শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া উত্তৰাখণ্ডৰ দৃশ্য। উত্তৰাখণ্ডত মছজিদ ভঙাৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছেঃ- এয়া উত্তৰাখণ্ড। এনেকৈ মছজিদ ভাঙি পেলোৱা হৈছে। ভাল হৈছে নে বেয়া হৈছে? Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

২০২৩ চনত ভাৰতীয় ক্ৰিকেট দলে ষ্টেডিয়ামৰ পৰা হোটেললৈ ওভটাৰ পথত বাছত হোলী খেলা দৃশ্য এইবছৰৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ভাৰতীয় ক্ৰিকেট দলে এইবছৰৰ শেহতীয়া হোলীত আনন্দ কৰাৰ দৃশ্য। লিখিছেঃ- টীম ইণ্ডিয়াৰ হোলী চেলিব্ৰেছন। এইবছৰ লগে ভাগে হোলী খেলিলে আটায়ে। Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে অলপতে ফ্ৰান্সত হৈ যোৱা এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰি অন্য দেশপ্ৰধানসকলৰ সৈতে সৌহাৰ্দ্যমূলক আচৰণ প্ৰদৰ্শন কৰে। এটা পোষ্টত লিখিছেঃ বৰ দুখ পালো ∆∆∆∆∆ ফ্ৰাঞ্চত অনুষ্ঠিত তৃতীয় এ.আই. সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰনে […]

Continue Reading

এতিয়াৰ পৰা ভাৰতত ১২ বাজি ১ বজাৰ পৰিৱৰ্তে ১৩ বজাৰ বিষয়টো কি? জানো আহক।

পাতনি শেহতীয়াভাৱে  অসমৰ সামাজিক মাধ্যমত এটা বিশেষ চৰ্চা চলা পৰিলক্ষিত হৈছে। সেয়া হৈছে ভাৰত চৰকাৰে অথবা প্ৰধানমন্ত্ৰী মোডীয়ে দেশত বিয়লি ১ বজাৰ সলনি ১৩ বজাব। বুজাব বিচৰা হৈছে যে এতিয়াৰ পৰা মোডী চৰকাৰৰ নতুন নীতি অনুসৰি আমাৰ দেশত সময় গণনাৰ নতুন ধৰণ প্ৰৱৰ্তন হ’ব আৰু সেই অনুসৰি এতিয়াৰ পৰা ১২ বজাৰ পাছত ১ বজাৰ সলনি […]

Continue Reading