ৰাস্তাত সিঁচৰতি হৈ থকা মাছৰ এই ভাইৰেল ফটোখন গুৱাহাটীৰ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল কেইটামান বাতৰিৰ ক’লাজ। তাত লিখা আছিল এইকেইটা বাক্য: * ৩১ মে’ সন্ধিয়াৰ খবৰ * ভয়ংকৰ পথ দুৰ্ঘটনা এটা পৰিয়াল শেষ হ’ল * গুৱাহাটীত বৰষুণৰ সৈতে হৰি পৰিছে মাছএই বাক্যকেইশাৰীৰ লগতে দুখন ফটোও আছিল তাত ক’লাজ কৰা। এখন ফটো আছিল কোনো এক দুৰ্ঘটনাৰ আৰু আনখন ফটো […]

Continue Reading

ৰাজপথত মাছৰ উজান! এই ভিডিঅ’টো গুৱাহাটী মহানগৰীৰ নহয়! 

পুনৰ বানত বুৰ গৈছে গুৱাহাটী মহানগৰী । বৰষুণ আহিলেই একাঠু পানীৰে ভৰি পৰে গুৱাহাটীৰ ৰাজপথ আৰু স্তব্ধ হৈ পৰে জনজীৱন। গুৱাহাটী মহানগৰীৰ ৰাজপথত কোনো কোনো সময়ত আনকি মাছৰ উজান উঠাও দেখা গৈছে এনে কৃত্ৰিম বানৰ সময়ত ।  এনে সময়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ফেচবুকত । দাবী কৰা হৈছে যে এইয়া গুৱাহাটী মহানগৰীৰ ৰাজপথৰ […]

Continue Reading

অসমৰ মুখ্যমন্ত্ৰীৰ কনভয় ৰখাৰ বাবে কোনো ট্ৰেফিক পুলিচক ৰিজাৰ্ভ ক্লজ কৰা হোৱা নাই! 

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় প্ৰায়ে ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ আহিছে। শেহতীয়াকৈ একাধিক পোষ্ট ভাইৰেল হৈ পৰিছে য’ত কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ কনভয় চলাচলৰ সময়ত তেওঁৰ কনভয়ক ৰখাই থোৱাৰ বাবে এজন ট্ৰেফিক আৰক্ষী বিষয়াক “ৰিজাৰ্ভ ক্লজ” কৰা হৈছে । পোষ্টসমূহত দাবী কৰা হৈছে যে এই নিৰ্দিষ্ট কনিষ্টবলজনে মুখ্যমন্ত্ৰীৰ কনভয়ক দুই মিনিটৰ বাবে ৰখাইছিল […]

Continue Reading

ভগৱান শ্ৰীকৃষ্ণৰ বিতৰ্কিত পেইণ্টিং’ ২০১৫ চনৰ ঘটনা হয়, দোষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত ভগৱান শ্ৰীকৃষ্ণ আৰু গোপীসকলক আপত্তিজনক ভাৱে উপস্থাপন কৰা দেখা গৈছে । উক্ত ফটোখন ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু টুইটাৰত ট্ৰেণ্ডিং হৈ থকা দেখা গৈছে । কিছু লোকে দাবী কৰিছে যে এই পেইণ্টিংখন বৰ্তমান গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত এক প্ৰদৰ্শনীৰ অংশ […]

Continue Reading

গুৱাহাটী মহানগৰীক ৰে’ড জ’ন ঘোষণা কৰা হৈছে নেকি?

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় দুই লাখ ৮৩ হাজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪১.২ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৬৭ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ২২০৬ জনৰ মৃত্যু হৈছে […]

Continue Reading

এইটো সঁচাকৈ গুৱাহাটী মহানগৰীৰ দেৱালী ৰাতিৰ ভিডিঅ’ নেকি?

সম্প্ৰতি ছচিয়েল মিডিয়া যেনে ফেচবুক বা হোৱাটচ এপ্পত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । গুৱাহাটী মহানগৰীৰ দেৱালী ৰাতিৰ নান্দনিক দৃশ্য বুলি ভাইৰেল হৈ পৰা এই ভিডিঅ’টোয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ অসমতে খলকনি লগাইছে ।  উক্ত ভিডিঅ’টোত এখন বিশাল চহৰ দেখা গৈছে আৰু বিভিন্ন ৰঙা-নীলা লাইটৰ পোহৰৰ লগতে ৰাতিৰ আকাশত নানা ধৰণৰ আতচবাজিৰ বাহাৰ দেখিবলৈ […]

Continue Reading

এইটো সঁচাকৈ গুৱাহাটী মেডিকেল কলেজৰ ওচৰত ওলোৱা ভূতৰ ভিডিঅ’ নেকি?

ছচিয়েল মিডিয়াত (ফেচবুক, ইউটিউব আৰু হোৱাটচ এপ্প) এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ২৫ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে ৰাতি ০০:১৯ বজাত মামন দেৱ নাথ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা আপলো’ড হোৱা এই ভিডিঅ’টো বহুত বাৰ ফেচবুকত শ্বেয়াৰ হৈছে আৰু হোৱাটচ এপ্পৰ জৰিয়তে অসমত মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে । “OMG Vhut” (অ’এমজি ভূত) শিৰোনামা দি […]

Continue Reading