এইটো শেহতীয়াকৈ গুৱাহাটী-শ্বিলং ৰোডত হোৱা ভূমিস্খলনৰ ভিডিঅ’ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ফেচবুকত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত এটা ব্যস্ত ৰাজপথৰ ওপৰত এক প্ৰকাণ্ড ভূমিস্খলন হৈ পাহাৰীয়া মাটি খহি পৰা দেখা গৈছে । বিভিন্নজনে দাবী কৰিছে যে ভিডিঅ’টোত দেখা পোৱা পথটো গুৱাহাটী-শ্বিলং ৰোড হয় আৰু এই ঘটনাটো শেহতীয়াকৈ হোৱা নেৰানেপেৰা বৰষুণ আৰু পাহাৰ কাটি পথ নিৰ্মাণৰ ভয়ংকৰ পৰিণতি […]

Continue Reading