ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বুলি ভুৱা বাৰ্তা ভাইৰেল হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বা ৰাজ্য চৰকাৰক প্ৰদান কৰিছে । এই বিষয়ে এক বাৰ্তা হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । এই সম্বন্ধে কিছু ফেচবুক পোষ্টও […]

Continue Reading

ক’ৰনা ভাইৰাছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স ৫০ বছৰলৈ হ্ৰাস কৰিব নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে দুই লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ২৯.৭ লাখ মানুহ আক্রান্ত হৈ আছে ।  বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২৬ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৮২৬ জনৰ মৃত্যু হৈছে । অসমতো ৩৬জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু […]

Continue Reading