সুশান্ত সিং ৰাজপুতৰ পোহনীয়া ক’লা লেব্ৰেডৰ কুকুৰটোৰ মৃত্যু হোৱা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশকে জোকাৰি গৈছে । উদীয়মান অভিনেতাজনে অনুৰাগীসকলক কেইবাখনো হিট চিনেমা উপহাৰ দি থৈ গৈছে । তেওঁৰ এটা পোহনীয়া ক’লা লেব্ৰেডৰ কুকুৰ আছিল যি তেওঁৰ খুব প্রিয় আছিল বুলি জনা যায় । দুয়োৰে একেলগে থকা কেইবাখনো ফটো আৰু কেইবাটাও ভিডিঅ’ সম্প্ৰতি ভাইৰেল […]

Continue Reading