মহিলা হকী বিশ্বকাপৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰা দাবীটো সঁচা নহয়।
শেহতীয়াভাৱে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। ভাৰতীয় মহিলা হকী দলটোৱে কোনো এখন খেলত জয়লাভৰ অন্তত ট্ৰফীটো হাতত লৈ আনন্দ উল্লাস কৰা ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে ভাৰতীয় মহিলা হকী দলটোৱে মহিলা হকীৰ বিশ্বকাপত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে ভাৰতীয়া ক্ৰিকেট দলটোক পৰাস্ত কৰাৰ পোতক তুলিলে। এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো […]
Continue Reading