এই ভিডিঅ’টো চন্দ্ৰযান ৩য়ে পঠিওৱা নাই।

ক্ৰমান্বয়ে চন্দ্ৰৰ ইঞ্চি ওচৰ চাপি অহাৰ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ঐতিহাসিক অভিযান চন্দ্ৰযান-৩ সন্দৰ্ভত নতুন আপডেট শ্বেয়াৰ কৰিছিল। চন্দ্ৰযান-৩য়ে ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চললৈ প্ৰথমবাৰৰ বাবে কোমল অৱতৰণৰ প্ৰচেষ্টা চলাব। উৎক্ষেপণৰ পিছত মহাকাশৰ পৰা পৃথিৱীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈছে চন্দ্ৰযান ৩য়ে বন্দী কৰা বুলি দাবী কৰি।কেপচনত লিখা আছে “Amezing […]

Continue Reading

একালৰ জিম্বাবৱেৰ প্ৰখ্যাত ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে নেকি? সত্যটো কি?  

নব্বৈৰ দশকত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ আদৰৰ খেলূৱৈ হৈ পৰা জিম্বাবৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যুৰ খবৰে অসমৰ চ’ছিয়েল মিডিয়াকো চুই গৈছে। অসমৰো একাধিক ফেচবুক ব্যৱহাৰকাৰী তথা সংবাদ প্ৰতিস্থানেও ৮৯ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰন্ত হৈ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে বুলি পোষ্ট দিয়া আমি দেখা পাইছোঁ।  প্ৰাগ নিউজ নামৰ সংবাদ প্ৰতিস্থানটোৱে তেওঁলোকৰ ফেচবুক পেজ […]

Continue Reading

শৰীৰত কেঞ্চাৰ বা কৰ্কট ৰোগ হ’লে জিভাত প্ৰথমে এই লক্ষণ দেখা যায় নেকি? সত্যটো কি?  

কৰ্কট ৰোগ এক মাৰাত্মক ব্যধি বুলি আমি সকলোৱে জানো। কৰ্কট ৰোগ অথবা কেঞ্চাৰে একোজন লোক তথা তেওঁৰ পৰিয়ালক ভয়ংকৰ জীয়াতু ভোগাই বুলি আমি জানো। তেনে পৰিপ্ৰেক্ষিততে কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা আৰু সচেতনতা অতিকৈ প্ৰয়োজন। কিন্তু বিভ্ৰান্তিকৰ তথ্যই যিকোনো লোককে বিপদত পেলোৱাৰ সম্ভাৱনা থাকে। শেহতীয়াকৈ আমি Assam Prime24 নামৰ এটা ৱেবচাইটৰ এক প্ৰতিবেদন লাভ কৰিছোঁ, য’ত […]

Continue Reading

পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা বুৰ্জ খলিফাত পাকিস্তানৰ পতাকাৰ আলোক প্ৰদৰ্শনী সঁচাকৈয়ে অনুষ্ঠিত কৰা হোৱা নাছিল নেকি?

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। তাত উল্লেখ কৰা হৈছিল যে পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা বুৰ্জ খলিফাত পাকিস্তানৰ পতাকা লগোৱা নহ’ল। উল্লেখযোগ্য যে ১৪ আগষ্টত পাকিস্তানে স্বাধীনতা দিৱস পালন কৰে। প্ৰতিবছৰে ভাৰত আৰু পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা দুয়োখন দেশৰে পতাকাৰ আলোক প্ৰদৰ্শনীৰে বুৰ্জ খলিফা উজলাই তোলা হয়। Archived Link একেধৰণৰ পোষ্ট ফেচবুকতো […]

Continue Reading

অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘূৰ্ণীবতাহ আহি আছে নেকি?

শেহতীয়াকৈ বতৰ সম্বন্ধীয় এক বিশেষ বাতৰি ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। বাতৰিটোত কোৱা হৈছে যে ভয়ংকৰ ঘূৰ্ণীবতাহ ধাৱমান হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দিশে। Facebook Link |  Archived Link এনে ধৰণৰ খবৰ আমি ইয়াত আৰু ইয়াতো পালোঁ। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্ছ কৰিলোঁ […]

Continue Reading

এই ভিডিঅ’টো ম্যানমাৰৰ পৰা অবৈধভাৱে মণিপুৰত প্ৰবেশ কৰা লোকৰ নহয়।

মেইটেই আৰু কুকিৰ মাজত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষ‌ই এতিয়াও মণিপুৰত চাঞ্চল্যৰ সৃষ্টি কৰি আছে। মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিযোগ কৰে যে ম্যানমাৰৰ সংঘাতৰ ফলত ম্যানমাৰৰ পৰা বহু কুকি পাৰ হৈ মণিপুৰত প্ৰৱেশ কৰে। তেওঁ কয় যে ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে হাজাৰ হাজাৰ শৰণাৰ্থীয়ে ছিদ্ৰযুক্ত সীমান্ত পাৰ হৈ মণিপুৰলৈ পলায়ন […]

Continue Reading

কোৰাণৰ আয়াতেৰে ৰাজস্থানৰ ছালুম্বৰ জিলা উদ্বোধন কৰা হৈছিল নেকি? সত্যটো কি?  

শেহতীয়াকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বিধানসভাত নিজৰ ৰাজ্যৰ ১৯খন নতুন জিলা ঘোষণা কৰে। ইয়াৰ পাছত নতুন জিলা ছালুম্বাৰৰ উদ্বোধনী অনুষ্ঠানৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ইয়াত আপুনি দেখিব পাৰে যে মঞ্চত এজন মৌলৱীয়ে মাইকত কোৰাণৰ আয়াত পাঠ কৰি ছালুম্বাৰ জিলাৰ উদ্বোধনী অনুষ্ঠানৰ কথা কৈছে। ইয়াৰ সমান্তৰালকৈ কোৰাণৰ এটা আয়াত পাঠ কৰি ছালুম্বাৰ জিলা উদ্বোধন […]

Continue Reading

হনুমানে লংকা দহন কৰা নাছিল বুলি ৰাহুল গান্ধীয়ে সঁচাকৈয়ে কৈছিলনে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কৰা মন্তব্যত মানহানিৰ গোচৰ ৰুজু হোৱাৰ পাছত দোষমুক্ত হোৱা ৰাহুল গান্ধীয়ে সংসদৰ সদস্যপদ ১৩৬ দিনৰ অন্তত পুনৰ ঘূৰাই পালে। ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে সংসদৰ চলি থকা অধিৱেশনত উপস্থিত হয়। বিশেষকৈ তেওঁ মণিপুৰৰ বিষয়টো সদনৰ সন্মুখত দাখিল কৰে। সেই সময়ত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। ইফালে ৰামায়ণৰ লংকা দাহ সন্দৰ্ভত […]

Continue Reading

এই ফটোখনৰ নুহৰ শেহতীয়া হিংসাত্মক ঘটনাৰ লগত সম্পৰ্ক নাই।

হাৰিয়ানাৰ নুহত হোৱা হিংসাত্মক পৰিস্থিতিৰ মাজতে সংঘৰ্ষকাৰীক দমন কৰিবলৈ প্ৰশাসনে বুলডজাৰ ব্যৱহাৰ কৰাৰ লগতে প্ৰায় ৭৫৩টা নিৰ্মাণকাৰ্য ভাঙি পেলায়। কিন্তু সোমবাৰে উচ্চ ন্যায়ালয়ে হাৰিয়ানা চৰকাৰক ধমক দি বুলডজাৰ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়ে। ইফালে এখন ছবি শ্বেয়াৰ কৰি নুহত হোৱা বেদখলৰ কথা কৈ ভাইৰেল কৰা হৈছে। ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে – अगली शोभायात्रा के लिए […]

Continue Reading

দেৱেন্দ্ৰ ফা়ডনবিছে বীৰ সাৱাৰকাৰক সমকামী,ক্ষমাপ্ৰাৰ্থী আদি বুলি কৈছে নেকি? সত্যটো কি?

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ফডনৱিছে বিনায়ক দামোদৰ সাৱাৰকাৰক লৈ অপমানজনক মন্তব্য কৰা দেখা গৈছে। মহাৰাষ্ট্ৰ বিধানসভাত হিন্দুত্ববাদী মতাদৰ্শবাদী ভি.ডি. সাৱৰকাৰক ফাডনবিছে অপমান কৰা বুলি দাবী কৰি এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।  ১০ চেকেণ্ডৰ ভাইৰলে ভিডিঅ’ ক্লিপটোত শুনা গৈছে যে “Veer Savarkar was an apologist, Veer Savarkar was […]

Continue Reading