এই ভিডিঅ’সমূহ সঁচাকৈয়ে ইজৰাইলৰ ওপৰত ইৰাণে কৰা আক্ৰমণৰ দৃশ্যৰ হয়নে?
শেহতীয়াকৈ ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন ফটো আৰু ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফেচবুকত এটা পোষ্টত তিনিটা ভিডিঅ’ আপলোড কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ দৃশ্য। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি […]
Continue Reading
