পেপচিকোৱে গৃহিনী,অৱসৰী লোক তথা বিশেষভাৱে সক্ষম লোকৰ বাবে ঘৰৰ পৰাই কৰিব পৰা চাকৰিৰ ব্যৱস্থা কৰা নাই। এয়া ভুৱা বাৰ্তা।   

শেহতীয়াভাবে অসমত এটা বাৰ্তা বিয়পি পৰিছে যে শীতল পানীয় প্ৰস্তুতকৰ্তা কোম্পানী পেপচিকোৰ তৰফৰ পৰা ঘৰতে বহি কাম কৰিব পৰা সুবিধা প্ৰদান কৰা হৈছে। বিশেষকৈ গৃহিনী, অৱসৰী লোক অথবা বিশেষভাৱে সক্ষম লোকে ঘৰৰ পৰায়ে কাম কৰি উপাৰ্জন কৰাৰ সুবিধা পেপচিয়ে দিছে বুলি কৰা দাবীটো আমাৰ ফেক্টলাইন নম্বৰ 904905377লৈয়ো প্ৰেৰণ কৰি তাৰ সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে […]

Continue Reading

স্তম্ভ লেখক অমূল্যা গোপালকৃষ্ণনৰ ফটো জৰ্জ চৰোচৰ সঞ্চালক অমৃত সিং বুলি দাবী কৰি প্ৰচাৰ।  

শেহতীয়াভাবে অসমত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বিশেষ এখন ফটো শ্বেয়াৰ কৰি দাবী কৰিছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সৈতে সেয়া জৰ্জ চৰোচ নামৰ সংগঠনটোৰ এগৰাকী সঞ্চালক অমৃত সিং। ফটোখনত সেউজীয়া বৰণৰ চোলা পিন্ধি থকা ৰাহুল গান্ধীৰ কাষত এগৰাকী মহিলাক দেখা গৈছে। তেওঁকেই অমৃত সিং বুলি দাবী কৰি অমৃত সিঙৰ এখন ফটো কাষত সংলগ্ন কৰি দিয়া হৈছে […]

Continue Reading

কি পতংক বা পোক কিমান ভয়ংকৰ? কি পৰিস্থিতিত মানুহৰ মৃত্যু পৰ্যন্ত ঘটে। এক সামগ্ৰিক লেখা। 

শেহতীয়াভাবে অসমত এনেকুৱা একাধিক ঘটনা পোহৰলৈ আহিছে, য’ত কোনো অজ্ঞাত পোকে কামোৰাৰ ফলত একাধিক লোক বেয়াকৈ আক্ৰান্ত হৈছে তথা আনকি মৃত্যুৰ মুখতো পৰিছে। বিশেষকৈ এজন যুৱ সাংবাদিক এইদৰে এবিধ পোকে কামোৰাৰ ফলত অসুস্থ হৈ দেহৰ সকলো অংগ বিকল হৈ মৃত্যু হোৱাৰ পাছত এই কথাবোৰ সামাজিক মাধ্যমত বাৰুকৈয়ে আলোচিত হৈছে। বহুলোকে পোকৰ আক্ৰমণত শাৰীৰিকভাৱে ক্ষতিগ্ৰস্থ হোৱাৰ […]

Continue Reading

মৌলৱী এজনে সৰু ল’ৰা এজনৰ ডিঙিৰ তাবিজ চিঙি আঁতৰোৱা এই ঘটনাৰ কোনো সাম্প্ৰদায়িক দিশ নাই।

বাংলাদেশৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ বিভিন্ন দল সংগঠনৰ বান সাহায্য বিতৰণৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। কিছুসংখ্যক পোষ্ট সাম্প্ৰদায়িক দিশেৰেও শ্বেয়াৰ কৰা দেখা গৈছে। তেনে ধৰণৰ এটা পোষ্ট আমি ফেচবুকত পালোঁ। পোষ্টটোত এখন ফটো আৰু এটা ভিডিঅ’ সংলগ্ন কৰা হৈছিল। ফটোখনত বাংলাদেশৰ ইস্কন মন্দিৰৰ সদস্যক বান সাহায্য বিতৰণ কৰা দেখা গৈছে। […]

Continue Reading

উত্তৰ প্ৰদেশৰ বিজনৌৰৰ ঘঁৰিয়াল ওলোৱা দৃশ্য গুজৰাটৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন গাঁৱৰ ৰাষ্টাৰে এটা ঘঁৰিয়াল গৈ আছে। ঘঁৰিয়ালটোৰ পিছে পিছে চিঞৰ বাখৰ কৰি মানুহ কিছুমান গৈ আছে। এজনে ঘঁৰিয়ালটোক লঠিয়াই দিছে আৰু আতংকিত ঘঁৰিয়ালটোৱে নিজৰ গতি ক্ষীপ্ৰ কৰি আগুৱাইছে। এটা ফেচবুক পেজৰ পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰি সেয়া গুজৰাটৰ শেহতীয়া দৃশ্য বুলি দাবী […]

Continue Reading

জাপানৰ পুৰণি ভিডিঅ’ বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।

বানপানীৰ মাজত ঘৰৰ চাদত আবদ্ধ কেইগৰাকীমান লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা এক দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। […]

Continue Reading

মক্কাৰ ক্লক টাৱাৰৰ এবছৰ পূৰণি ঘটনাৰ দৃশ্যক শেহতীয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে ফেচবুকত। 

শেহতীয়াভাবে অসমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে।  ফটোখন আপলোড কৰি এটা ফেচবুক পেজে দাবী কৰিছে যে সেয়া মক্কাৰ ক্লক টাৱাৰত হোৱা শেহতীয়া বিজুলী ধেৰেকনীৰ দৃশ্য। ২৯ আগষ্টত ফটোখন আপলোড কৰি সেই দৃশ্য শেহতীয়া বুলি দাবী কৰা হৈছে। ফটোখনৰ ওপৰত লিখি দিয়া হৈছে- মক্কাৰ ক্লক টাৱাৰত বিজুলীৰ চুম্বন। Archived Link  আমি সেই ফটোখনৰ মূল ভিডিঅ’টো […]

Continue Reading

বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তন আৰু তাৰ পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত ভুল,ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্যৰ জোৱাৰ। এক সামগ্ৰিক লেখা। 

শেহতীয়াভাবে বাংলাদেশত হৈ যোৱা ৰাজনৈতিক অস্থিৰতা আৰু পট পৰিৱৰ্তনে অসমৰ সংবাদ জগত আৰু সামাজিক মাধ্যমক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। বিশেষকৈ বাংলাদেশ সম্পৰ্কত ভাইৰেল হৈ পৰা বিভিন্ন ফটো আৰু ভিডিঅ’ ভুৱা বা বিভ্ৰান্তিকৰ হিচাপে পৰিপন্ন হৈছিল। বিভিন্ন মিছা খবৰ বিয়পি কৰিছিল। আনকি সাম্প্ৰদায়িক দিশ সাঙুৰি মিছা আৰু বিভ্ৰান্তিকৰ খবৰ বিয়পি পৰিছিল। তাৰে বিভিন্ন ভুৱা আৰু বিভ্ৰান্তিকৰ খবৰৰ […]

Continue Reading

কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ অভিযুক্তক প্ৰতিনিধিত্ব কৰিছে নেকি? জানক সত্যতা।

কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশত প্ৰতিবাদৰ সৃষ্টি হৈছে। এই ঘটনাৰ অনুসন্ধানৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হৈছে। ইতিমধ্যে চিবিআয়ে ধৰ্ষণৰ ঘটনাৰ অভিযুক্ত সঞ্জয় ৰয়ৰ “লাই ডিটেকশ্বন টেষ্ট” সম্পন্ন কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে অভিযুক্তৰ পক্ষত […]

Continue Reading

ফটোখনত ৰাহুল গান্ধীৰ সৈতে থকা মহিলাগৰাকী কোন?

এগৰাকী মহিলাৰ সৈতে ৰাহুল গান্ধীৰ এখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত য’ত দাবী কৰা হৈছে যে মহিলাগৰাকী ৰাহুল গান্ধীৰ পত্নী। তেওঁ এগৰাকী কলম্বিয়ান আৰু তেওঁলোকৰ দুটি সন্তান আছে যি লণ্ডনত থাকে। দাবীটোত উল্লেখ কৰা হৈছিল যে ৱিকিলিকছে ৰাহুল গান্ধীৰ বিবাহৰ তথ্য উন্মোচন কৰিছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) প্ৰেৰণ কৰা হৈছিল। Archived Link. আমি […]

Continue Reading