এই ফটোখন ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ নহয়।

শেহতীয়াকৈ ডুবাইত হোৱা বানপানী সম্পৰ্কে চ’ছিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ফেচবুকত এখন ফটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “প্ৰকৃতিৰ লগত খেলা কৰাৰ শিক্ষা ডুবাইয়ে ভালকৈ পালে। বৰষুণ নহয় কাৰণে ডুবাইত cloud☁️ seeding কৰে, মানে আৰ্টিফিচিয়েল মেঘৰ সৃষ্টি কৰি বৰষুণ পেলাই। এইবাৰো কৰিছিল বহুত বাৰ cloud seeding.. তাৰ কেইদিনমান পিছত প্ৰকৃতিৰ এনেকুৱা […]

Continue Reading

পুৰণি ভিডিঅ’ ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ডুবাইত ২৪ ঘণ্টাৰ ভিতৰত ১৪২ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই পৰিপ্ৰেক্ষিতত চ’ছিয়েল মিডিয়াত বহু ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰিছে। ফেচবুকত তেনে ভিডিঅ’ শ্বেয়াৰ কৰি সেয়া ডুবাইত হোৱা বানপানীৰ দৃশ্য বুলি দাবী কৰা হৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত […]

Continue Reading

২০১৮ চনত ফ্ল’ৰিডাত অহা Hurricane Michael নামৰ ঘূৰ্ণীবতাহৰ দৃশ্যকে ডুবাইৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা ভিডিঅ’ প্ৰচাৰ কৰি দাবী কৰা হৈছে যে সেইটো অলপতে ডুবাইত হৈ যোৱা প্ৰকৃতিক দুৰ্যোগৰ ভিডিঅ’। ভিডিঅ’টো আপলোড কৰাৰ সময়ত এইদৰে ডুবাইত ধুমুহা বতাহ বলি থকা বুলি দাবী কৰি লিখিছে-ডুবাইত এতিয়াও এনেকে বলি আছে বতাহ ধুমুহা। আল্লাহে ৰক্ষা কৰক। Facebook Link । Archived Link   কিন্তু এই দাবী সত্য হয়নে?   আমি ফেক্ট […]

Continue Reading