ঘঁৰিয়ালৰ ভাইৰেল ভিডিঅ’টো অসমৰ দীপৰ বিলৰ নহয়!
শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফ’ৰ্মত ভাইৰেল হোৱা দেখা গৈছে। আমাৰ হোৱাটচএপ নম্বৰলৈও আহিছে এই ভিডিঅ’টো। ভিডিঅ’টোত পানী আৰু মেটেকাৰ মাজত এটা ঘঁৰিয়ালে এক বিশেষ শব্দ কৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে এই ঘঁৰিয়ালটো দেখা গৈছে অসমৰ দীপৰ বিলত। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰি জানিব […]
Continue Reading