চিপিআই(এম) নেতা সীতাৰাম য়েচুৰীয়ে ভাৰতীয় সৈন্যৰ বিৰুদ্ধে আৰু চীনৰ সমৰ্থনত শ্লোগান থকা বেনাৰ লৈ প্ৰতিবাদ কৰিছিল নেকি?
সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ প্ৰায় ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে আৰু ভাৰতত চীনৰ বিৰুদ্ধে এক জনজাগৰণ সৃষ্টি হোৱা দেখা গৈছে । এনে সময়তে এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত চিপিআই(এম) […]
Continue Reading