মল্লিকাৰ্জুন খাৰ্গেৰ পুৰণি ভাষণৰ কিয়দংশ প্ৰসংগ সংগতিহীনভাৱে প্ৰচাৰ কৰা হৈছে।
১৬জুলাই ২০২৫,বুধবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰে। তাৰে পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনে সময়চোৱাতে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দল শেষ হৈ গৈছে বুলি নিজৰ ভাষণত প্ৰকাশ কৰিছে। […]
Continue Reading